ক্ৰীড়া

বদৌচা কাপ ফুটবল: গ্ৰুপ বি-ৰ খেলত ৮ গ’লত জয়ী কাৰ্বি আংলঙৰ মৰ্নিং ষ্টাৰ

১০ম আন্তঃৰাষ্ট্ৰীয় বদৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ মঙলবাৰে মাৰ্ঘেৰিটাৰ প’ল’ খেল পথাৰত অনুষ্ঠিত গ্ৰুপ বি’ৰ এখন খেলত কাৰ্বি আংলং মৰ্নিং ষ্টাৰ...

Read moreDetails

দৌৰ ৰাণী হিমাৰ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সুবিধা আৰু স্বাস্থ্য বীমা

দৌৰ ৰাণী হিমা দাসৰ লগতে তেওঁৰ পৰিয়ালক ভাৰতৰ যিকোনো ঠাইতে বিনামূলীয়া চিকিৎসা সুবিধা আগবঢ়াব গুৱাহাটীস্থিত হায়াট হস্পিতালে। হিমা দাসক অভিনন্দন...

Read moreDetails

কলিয়াবৰত অনুষ্ঠিত চলন্ত কাপ ফুটবল প্ৰতিযোগিতাত মিছা আৰিয়ান ক্লাৱ চূড়ান্ত বিজয়ী

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কলিয়াবৰত মিছা মিলন সংঘৰ উদ্যোগত মিছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত গজেন্দ্ৰ নাথ বৰুৱা আৰু পুলিনা বৰুৱা সোঁৱৰণী চলন্ত কাপ...

Read moreDetails

বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনূৰ্ধ্ব মুকুট পাঠক সোঁৱৰণি ফুটবলত ঠাকুৰ বজাৰ চেম্পিয়ন

ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বৰপেটা সত্ৰৰ সমীপৱৰ্তী ঠাকুৰ বজাৰ অভিনৱ সমিতিৰ উদ্যোগত বৰপেটা চহৰত অনুষ্ঠিত মুকুট পাঠক সোঁৱৰণি ১৪...

Read moreDetails

মঙলদৈত আজিৰ পৰা আৰম্ভ অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী আন্তঃক্লাব প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

মঙলদৈ চহৰৰৰ সমীপৱৰ্তী চাপাই নেহেৰু ময়দানত আজিৰ পৰা আৰম্ভ হয় ১৭ সংখ্যক অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী আন্তঃক্লাব প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।...

Read moreDetails

বদৌচা কাপ: মাজুলী, শদিয়াত দেওবাৰৰ পৰা আৰম্ভ; আহিছে বিদেশৰ ফুটবল দলো

মাজুলী আৰু শদিয়াত আজি দেওবাৰৰ পৰা আৰম্ভ হ’ব পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আয়োজন কৰিবলৈ লোৱা ১০ম সংখ্যক বদৌচা কাপ...

Read moreDetails

হিমাক ১ কোটি ৬০ লাখ টকাৰ চে’ক প্ৰদান মুখ্য মন্ত্ৰীৰ; দিব ক্ৰীড়া বিভাগৰ বিষয়াৰ চাকৰি

দুদিনমানৰ ভিতৰতে নিজৰ ব্যতিক্ৰমী প্ৰতিভাৰে বিশ্বমানৰ তাৰকাত পৰিণত হোৱা হিমাক আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১ কোটি ৬০ লাখ টকাৰ...

Read moreDetails

আন্তঃৰাষ্ট্ৰীয় কাৰাটে-ড’ চেম্পিয়নশ্বিপত কৃতিত্ব অৰ্জন কৰা বিশ্বনাথৰ তিনি খেলুৱৈক উপায়ুক্তৰ সম্বৰ্ধনা

মালয়েছিয়াত অলপতে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে-ড’ চেম্পিয়নশ্বিপ-২০১৮ৰ ৭০ কিঃগ্ৰাঃ শাখাত স্বৰ্ণপদক অৰ্জন কৰা বিশ্বনাথৰ হৃদয়ানন্দ দাস আৰু ৬০ কিঃগ্ৰাঃ আৰু ৫৫ কিঃগ্ৰাঃ...

Read moreDetails

গুৱাহাটীত উপস্থিত ধিং এক্সপ্ৰেছ হিমা দাস;  বৰঝাৰত আদৰণি জনালে মুখ্য মন্ত্ৰী সোণোৱালে

সদ্য সমাপ্ত জাকাৰ্টা এছিয়ান গেইমছত উজ্জ্বীৱিত প্ৰদৰ্শনেৰে দুটা ৰূপ আৰু এটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা হিমা...

Read moreDetails

আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ অৰ্জন অসমৰ হৃদয় হাজৰিকাৰ

ক্ৰীড়া ক্ষেত্ৰত এজনৰ পাছত আন এজন খেলুৱৈৰ সফলতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিবলৈ সক্ষম হৈছে অসমৰ নাম। হিমাৰ পাছত...

Read moreDetails
Page 417 of 468 1 … 416 417 418 … 468

Stay Connected

Recent News