শীর্ষ সংবাদ

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

লোকসভা নিৰ্বাচনৰ বাবে সাংসদসকলক গুৰুমন্ত্ৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যদি আপোনালোক...

Read moreDetails

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

চলিত বাজেট অধিৱেশনত আদানী গোটৰ জালিয়াতিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সংসদ। আজিও সংসদত চৰ্চাৰ শীৰ্ষত থাকে আদানী বিতৰ্ক। আদানীৰ...

Read moreDetails

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

দিল্লীৰ নৃশংস শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ আন এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। এই বৰ্বৰ হত্যাকাণ্ডৰ গোচৰৰ ৬৬০০ পৃষ্ঠাৰ চাৰ্জশ্বীটত দিল্লী আৰক্ষীয়ে...

Read moreDetails

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

মংগলবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ বিৰ্তকত অংশগ্ৰহণ কৰি দিয়া ভাষণত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিতৰ্কিত...

Read moreDetails

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান পৱন হংস লিমিটেডে বুধবাৰৰ পৰা অসমৰ চাৰিখন জিলা সংযোগী ছটা পথত হেলিকপ্টাৰ সেৱা আৰম্ভ কৰিবলৈ সাজু...

Read moreDetails

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এটা গঁড়ৰ মৰ্মান্তিক মৃত্যুৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাজিৰঙাৰ সমীপৱৰ্তী এখন ধাননি পথাৰত সোমবাৰে সন্ধিয়া উদ্ধাৰ...

Read moreDetails

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

ভুৱা সংঘৰ্ষক লৈ ৰাজ্যত বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈ থকাৰ সময়তে মানৱ অধিকাৰ আয়োগৰ এক নিৰ্দেশে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ...

Read moreDetails

প্ৰযুক্তি যুদ্ধ! ChatGPT ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে chatbot ‘Bard’

চেটজিপিটিৰ বৃহৎ জনপ্ৰিয়তাৰ বাবে গুগল আটাইতকৈ বেছি প্ৰভাৱিত হ'ব বুলি ধাৰণা কৰা হৈছিল। কিয়নো গুগলৰ চাৰ্চ ইঞ্জিনে য'ত য়ুজাৰক বিভিন্ন...

Read moreDetails

DME-ত ২০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে কৰক অনলাইন আবেদন

চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) অসমত ২০০০ ৰো অধিক খালী পদৰ বাবে আৱেদন আহ্বান কৰা হৈছে। চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) অসমে...

Read moreDetails

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

আজি পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে তুৰস্ক। এইবাৰ ভূমিকম্পটোৱে দেশৰ কেন্দ্ৰীয় অংশত আঘাত কৰিছে। মঙলবাৰৰ ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য...

Read moreDetails
Page 1580 of 5270 1 1,579 1,580 1,581 5,270

Stay Connected

Recent News