শীর্ষ সংবাদ

নিৰ্বাচন আয়োগক ভোটদানৰ পৰিসংখ্যা দিয়াত পলম কৰাৰ বাবে প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে দাখিল কৰা আবেদনৰ পাছতে চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ বাবে প্ৰামাণিক ভোটদানৰ শতাংশ প্ৰকাশৰ...

Read moreDetails

পৰিয়ালৰ সদস্য বৃদ্ধিক লৈ উদ্বিগ্ন পিতৃ! দেউতাকৰ চাপ কমাবলৈ জ্যেষ্ঠ ভগ্নীয়ে হত্যা কৰিলে দুই ভগ্নীক

এটা পৰিয়াল। পত্নী আৰু পাঁচটা ল’ৰা-ছোৱালীৰ লগত কেনেকৈ সুখেৰে দিন কটাব পাৰি সেয়া লৈ পৰিয়ালটোৰ মূৰব্বী সহদেৱ সদায় চিন্তিত আছিল।কিন্তু...

Read moreDetails

ইউৰোৰ বাবে ফ্ৰান্সৰ দলত নতুন চমক; দুবছৰৰ পাছত প্ৰত্যাৱৰ্তন কান্টেৰ

ইউৰো ২০২৪ৰ বাবে ফ্ৰান্সে ঘোষণা কৰিলে ২৬ জনীয়া দল। ২ বছৰৰ পাছত ফ্ৰান্সৰ দললৈ ঘূৰি আহিছে এংগোলা কান্টে। ২০২২ চনৰ...

Read moreDetails

আৰক্ষীৰ জিম্মাত যুৱকৰ কৰুণ মৃত্যু, হত্যাৰ অভিযোগ পৰিয়ালৰ

জিম্মাত থকা আচামীৰ মৃত্যুৰ গোচৰত পুনৰ শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। যৌন নিৰ্যাতনৰ গোচৰত জেৰাৰ বাবে মাতি অনা এজন...

Read moreDetails

বিবিচিৰ তথ্যচিত্ৰৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন (বিবিচি)ৰ পৰা ক্ষতিপূৰণ বিচৰা এটা বেচৰকাৰী সংস্থাৰ আবেদনৰ শুনানিৰ পৰা নিজকে...

Read moreDetails

বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে

মধ্য এছিয়াৰ দেশ কিৰ্গিস্তানত চিকিৎসা বিজ্ঞান অধ্যয়নৰ ভাৰতীয় আৰু পাকিস্তানী শিক্ষাৰ্থীয়ে চৰম সমস্যাত পৰিছে। সেই দেশত বিদেশী শিক্ষাৰ্থীক লক্ষ্য কৰি...

Read moreDetails

সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ

পুনৰ শিশু, যুৱতী আৰু মহিলাৰ বাবে অসুৰক্ষিত হিচাপে প্ৰমাণ হৈছে গুৱাহাটী মহানগৰী। এটাৰ পাছত আন এট অপৰাধ সংঘটিত হোৱাৰ পাছতো...

Read moreDetails

স্বাতী মালিৱালক নিৰ্যাতন ! অৱশেষত গ্ৰেপ্তাৰ হ’ল কেজৰিৱালৰ ব্যক্তিগত সচিব

আপৰ সাংসদ স্বাতী মালিৱালক নিৰ্যাতন আৰু প্ৰহাৰৰ গোচৰত কেজৰিৱালৰ ব্যক্তিগত সচিত বিভাব কুমাৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে,...

Read moreDetails

মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী

সুৰাৰ দাম বৃদ্ধি কৰি মহাবিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ৷কাৰণ দাম বৃদ্ধিৰ পাছতে অসমত হ্ৰাস পাইছে বিলাতী সুৰাৰ...

Read moreDetails

ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰঙিয়া মণ্ডলৰ অন্তৰ্গত বৰপেটা ৰোড- পাঠশালা খণ্ডত দ্বৈত ৰে'লপথৰ কমিছনিং কৰাৰ বাবে বৰপেটা ৰোড, সৰুপেটা আৰু পাঠশালা...

Read moreDetails
Page 1628 of 6003 1 … 1,627 1,628 1,629 … 6,003

Stay Connected

Recent News