শীর্ষ সংবাদ

ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই

অসমৰ ধান খেতিয়ক সকললৈ সুখৰ বতৰা কঢ়িয়াই আনিছে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিতাবৰ আঞ্চলিক ধান গবেষণা প্রতিষ্ঠানে। এই প্ৰতিষ্ঠানটৱে উদ্ভাৱন...

Read moreDetails

পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ, ধৰ্মীয় অনুভুতিত আঘাতৰ অভিযোগ

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মানস চক্ৰৱৰ্তীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সৰ্বভাৰতীয় ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিয়ে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা...

Read moreDetails

যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড; ৮ জনৰ মৃত্যু, ২৪ জন আহত, তীৰ্থ কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনা

যাত্ৰী কঢ়িয়াই অনা এখন বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত হাৰিয়ানাত ৮ জন লোকৰ মৃত্যু ঘটিছে। শুকুৰবাৰে নিশা প্ৰায় ১.৩০ বজাত...

Read moreDetails

পত্নীক হত্যা কৰি মৃতদেহ কোলাত লৈ চেল্ফি : আত্মীয়লৈ চেল্ফি পঠিয়াই নিজেও ল’লে চৰম সিদ্ধান্ত

স্বামী-স্ত্ৰীৰ মাজত প্ৰায়েই হৈছিল ঘৰুৱা কাজিয়া। এই কাজিয়াৰ পৰিণতিয়ে ৰূপ ল’লে এক ভয়ংকৰ কাণ্ডৰ। খঙৰ ভমকত স্বামীয়ে হত্যা কৰিলে পত্নীক।...

Read moreDetails

“সংবাদ মাধ্যম নিৰপেক্ষ নহয়, সেয়ে সংবাদমেল অনুষ্ঠিত নকৰো”! প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’ব বিচাৰিছে?

ছ’চিয়েল মিডিয়াত তেওঁ যথেষ্ট সক্ৰিয়। ‘মন কি বাত’ অনুষ্ঠানতো তেওঁ বিভিন্ন বিষয়ত নিজৰ মতামত প্ৰকাশ কৰে। তথাপি কেতিয়াও সংবাদমেল অনুষ্ঠিত...

Read moreDetails

IPL 2024: ৰোহিতৰ ধুমুহা স্তব্ধ কৰি সান্তনাৰ জয় লক্ষ্ণৌৰ! শামুকৰ খোলা হৈ ৰ’ল হাৰ্দিকৰ মুম্বাই

ইণ্ডিয়ান প্ৰমিয়াৰ লীগত এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ বাবে বহু আগতেই বাজিছিল বিদায় ঘণ্টা। ৰান ৰেটৰ পাহাৰৰ অতিক্ৰমি ওপৰত উঠাৰ কোনো আশা...

Read moreDetails

কানহাইয়াৰ গালত প্ৰচণ্ড চৰ! প্ৰচাৰৰ মাজত কোনে আক্ৰমণ কৰিলে কানহাইয়া কুমাৰক?

নিৰ্বাচনী প্ৰচাৰৰ মাজতে আক্ৰমণৰ বলি হ’ল দিল্লীৰ লোকসভাৰ প্ৰাৰ্থী কানহাইয়া কুমাৰ। কানহাইয়াক মালা পিন্ধাবলৈ অহাৰ চলেৰে এজন যুৱকে প্ৰচণ্ড চৰ...

Read moreDetails

দেশৰ গাদ্দাৰক গুলী মৰাৰ শ্লোগান দিয়া অনুৰাগ ঠাকুৰৰ আছে বন্দুক, আৰু কি কি আছে অনুৰাগৰ সম্পত্তিৰ তালিকাত?

 ‘দেশ কি গাদ্দাৰ কো, গুলী মাৰো সালে কো’ বুলি শ্লোগান দিছিল বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে। ঠাকুৰৰ এই বক্তব্যক লৈ সৃষ্টি...

Read moreDetails

পেয়িং গেষ্টৰ কোঠাত উদ্ধাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ : হত্যাৰ সন্দেহ পৰিয়ালৰ

শিলচৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শুকুৰবাৰে শিলচৰৰ এটা পেয়িং গেষ্টৰ কোঠাত উদ্ধাৰ হয় অসম বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ মৃতদেহ। শিলচৰৰ...

Read moreDetails

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ পৰিণামস্বৰূপে মূল্যবৃদ্ধিত ছটফটাবলগীয়া হৈছে অসমৰ জনতাইঃ ভূপেন বৰা

এজন মানুহৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ পৰিণাম ভুগিবলগীয়া হৈছে অসমৰ সাধাৰণ জনতাই। লোকসভা নিৰ্বাচন চলি থকা সময়তে মূল্যবৃদ্ধিক লৈ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত...

Read moreDetails
Page 1629 of 6003 1 … 1,628 1,629 1,630 … 6,003

Stay Connected

Recent News