শীর্ষ সংবাদ

মৰ্মান্তিক! খনিত কৰ্মৰত অৱস্থাতে শ্ৰমিকসহ ৬৫০ ফুট তললৈ খহি পৰিল লিফ্ট; মৃত্যু ১১ শ্ৰমিকৰ, ৭৫ জন আহত

দক্ষিণ আফ্ৰিকাৰ এক প্লেটিনাম খনিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। খনিত কৰ্মৰত বহুকেইগৰাকী শ্ৰমিকক কঢ়িয়াই নিয়াৰ সময়ত ব্যৱহৃত লিফ্ট হঠাতে...

Read moreDetails

বিড়ম্বনা! এটা চিকেন চেণ্ডুইচৰ বাবে ভৰিব লগা হ’ল লক্ষাধিক টকাৰ জৰিমনা

নিউজিলেণ্ডৰ এগৰাকী মহিলা। মহিলাগৰাকীয়ে শেহতীয়াকৈ ভ্ৰমণ কৰিছিল অষ্ট্ৰেলিয়া। জুন আৰ্মষ্ট্ৰং নামৰ এইগৰাকী ৭৭ বছৰীয়া মহিলাই ব্রিছবেন অভিমুখী বিমানত উঠাৰ পূৰ্বে...

Read moreDetails

২৫ বছৰ চেষ্টা, ২৩ বাৰ ফেইল, অৱশেষত ৫৬ বছৰত MSc উত্তীৰ্ণ; এগৰাকী ছিকিউৰিটি গাৰ্ডৰ সংগ্ৰামী জীৱনৰ কাহিনী

তেওঁৰ নাম ৰাজকৰণ বৰুৱা। এই ব্যক্তিজনে এম এছ চি ডিগ্ৰী লাভৰ বাবে প্ৰায় আধা জীৱন শেষ কৰিলে, কিন্তু সাহস নেহেৰুৱালে।...

Read moreDetails

ছিয়েৰা লিয়নৰ কাৰাগাৰ, সেনা শিৱিৰত আক্ৰমণ; ২০ জন লোক নিহত, প্ৰায় ২ হাজাৰ কয়েদীৰ পলায়ন

পশ্চিম আফ্ৰিকাৰ দেশ ছিয়েৰা লিয়নত সেনা শিবিৰ আৰু কাৰাগাৰত চলোৱা আক্ৰমণত কমেও ২০ জন লোক নিহত হোৱাৰ লগতে বহু কেইজন...

Read moreDetails

IIT, IIM-ত অধ্যয়ন, গঢ়ি তোলে কেইবাশ কোটি টকাৰ কোম্পানী! কিন্তু এইবাৰ ২০ বছৰ খাব লাগিব জেলৰ ভাত

এজন আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষাৰ্থীৰ কাহিনী। তেওঁ গঢ়ি তুলিছিল খুচুৰা ব্যৱসায় ৰিটেইল চেইন সুভিক্ষা (Subhiksha)। কিন্তু...

Read moreDetails

আজি গুৱাহাটীতেই শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ; কেনে হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টী-২০ৰ উইকেট?

শৃংখলা জয়ৰ লক্ষ্যৰে আজি গুৱাহাটীত তৃতীয় টী-২০ত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পাছত টীম ইণ্ডিয়াৰ...

Read moreDetails

পুৱাই প্ৰবল ভূমিকম্পই জোকাৰি গ’ল চীন-পাকিস্তানক; বহু দূৰৈৰ দেশতো তীব্ৰ কম্পন

ৰাতিপুৱাই পুনৰ কঁপি উঠিল এছিয়া। ভূমিকম্পই কঁপাই তুলিলে চীনক। প্ৰবল ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৬। ভূমিকম্পৰ ফলতপাকিস্তান-চীনক কঁপাই তোলাৰ...

Read moreDetails

উদ্বেগজনক! চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক ১০৮ বাৰ কম্পাছেৰে খুচিলে সহপাঠীয়ে; থানাত অভিযোগ দাখিল পিতৃৰ

স্কুলত হোৱা কাজিয়াৰ পৰিণতি। ইয়াৰ ফলত চতুৰ্থ শ্ৰেণীৰ তিনিজন ছাত্ৰই সহপাঠী এজনক জ্যামিতিৰ কম্পাছেৰে ১০৮ বাৰ খুচা মাৰিলে। মধ্য প্ৰদেশৰ...

Read moreDetails

তিনি বছৰত ত্ৰিশ হাজাৰ দৰত ৯০০টা অবৈধ গৰ্ভপাত! গ্ৰেপ্তাৰ চিকিৎসক

যোৱা তিনি বছৰত প্ৰায় ৯০০টা অবৈধ গৰ্ভপাত! ত্ৰিশ হাজাৰ টকাৰ বিনিময়ত কৰা হৈছিল এই প্ৰতিটো গৰ্ভপাত। অৱশেষত এই অবৈধ ৰেকেট...

Read moreDetails
Page 1815 of 5932 1 1,814 1,815 1,816 5,932

Stay Connected

Recent News