শীর্ষ সংবাদ

জুন মাহৰ পৰা নিৰুদ্দেশ হৈ আছিল মহিলা, ৬ মাহ পিছত প্ৰেমিকৰ ফ্ৰীজত ওলাল মৃতদেহ

আকৌ বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰেমিক, প্ৰেমিকা আৰু ফ্ৰীজৰ যুটিয়ে। যোৱা জুন মাহৰ পৰা নিৰুদ্দেশ হৈ আছিল এগৰাকী আমেৰিকান মহিলা।...

Read moreDetails

মধ্যপ্ৰদেশত ভোটগ্ৰহণৰ মাজতে অঘটন, বিজেপি সমৰ্থকৰ আক্ৰমণত নিহত কংগ্ৰেছ প্ৰাৰ্থীৰ  সহায়ক

শুকুৰবাৰে মধ্যপ্ৰদেশৰ ৰাজনগৰ সমষ্টিত চলি থকা বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে দুটা গোটৰ মাজত সংঘৰ্ষত নিহত হয় এজন কংগ্ৰেছ প্ৰাৰ্থীৰ...

Read moreDetails

মাত্ৰ একামোৰ দিছিলহে, ভিতৰত ওলাল জেঠী : এইখন দোকানৰ পৰা ভুলতেও নাখাব চিঙৰা

কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল এখন ৰেষ্টুৰেন্ট। ৰেষ্টুৰেন্টখনত কুকুৰাৰ মাংসৰ লগত ওলাইছিল এটা এন্দুৰ। মুম্বাইৰ এখন দামী ৰেষ্টুৰেন্টত সংঘটিত হৈছিল এই...

Read moreDetails

অসমতো পাঁচশ টকাত ৰন্ধন গেছ লাগে :  আপ অসমৰ দাবী 

বিগত বিজেপি নেতৃত্বাধীন ডাবল ইজ্ঞিনৰ চৰকাৰখনে ২০১৪ চনত শাসনলৈ অহাৰ সময়ত বহু প্ৰতিশ্ৰুতি দিছিল৷ কিন্ত পৰিবৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনে মূল্যবৃদ্ধিৰে...

Read moreDetails

মৰ্মান্তিক! বাইক আৰোহীক বচাবলৈ গৈ দ খাৱৈত বাগৰি পৰিল বাহন, ৮ জনৰ মৃত্যু

উত্তৰাখণ্ডত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। পাহাৰীয়া ৰাজ্যখনৰ নৈনিতাল জিলাৰ চেডাখান-মিদাৰ পথত আজি পুৱা এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ...

Read moreDetails

বোকাখাতত দিন দুপৰতে শিক্ষকক গুলিয়াই আহত কৰা মূল অভিযুক্তক আৰক্ষীৰ এনকাউন্টাৰ

পুনৰ অসমত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। বোকাখাতত দিন দুপৰতে এগৰাকী শিক্ষকক গুলীয়াই আহত কৰা অভিযুক্তক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে এনকাউন্টাৰ...

Read moreDetails

ডকাইটি কৰিবলৈ আহি অকলশৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ ৫ ডকাইতৰ

উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে বীভৎস ধৰ্ষণৰ ঘটনা। এইবাৰ এজন ব্যৱসায়ীৰ পত্নীক পাঁচজন ডকাইতে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ...

Read moreDetails

জম্মু-কাশ্মীৰত ভয়াৱহ সংঘৰ্ষ: নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত পাঁচ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ কুলগামত চলি থকা এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে ৫ সন্ত্ৰাসবাদী সদস্য। কাশ্মীৰ আৰক্ষীয়ে আজি সদৰী কৰিছে এই তথ্য। এই...

Read moreDetails

শান্ত হোৱা নাই মণিপুৰ: আছাম ৰাইফলছৰ কনভয়ত আক্ৰমণ সশস্ত্ৰ বিদ্ৰোহীৰ

উত্তপ্ত মণিপুৰলৈ এতিয়াও ঘূৰি অহা নাই শান্তি। বৃহস্পতিবাৰে পুৱা সংঘৰ্ষজৰ্জৰ ৰাজ্যখনৰ টেঙনৌপাল জিলাৰ চাইবোল অঞ্চলত বিস্ফোৰক ব্যৱহাৰ কৰি আছাম ৰাইফলছৰ...

Read moreDetails

লক্ষ্য ২৬: বিশ্বকাপ কোৱালিফায়াৰত কুৱেইটক পৰাস্ত ভাৰতৰ

ন-শক্তিৰে ফুটবল বিশ্বত উত্থান ঘটিছে ভাৰতৰ। ইগৰ ষ্টিমাকৰ সুকৌশলী ৰণচালিত গঢ়ি উঠিছে ভাৰতীয় ফুটবলৰ বেদী। প্ৰবল আত্মবিশ্বাসেৰে ভাৰতে দেখিছে এতিয়া...

Read moreDetails
Page 1831 of 5932 1 1,830 1,831 1,832 5,932

Stay Connected

Recent News