ভংগ হ’ল পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদ। বুধবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ পৰামৰ্শ মতে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে সংসদ ভংগ কৰে। যাৰ...
Read moreDetailsচাৰি মাহ পাৰ হৈ গ’ল, মণিপুৰৰ হিংসা এতিয়াও বন্ধ হোৱা নাই। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধীয়ে সংসদত কেন্দ্ৰৰ...
Read moreDetailsদহ হাজাৰ টকা। মাথোঁ দহ হাজাৰ টকা ঘোচ লওঁতেই CM ভিজিলেঞ্চে হাতে–লোটে গ্ৰেপ্তাৰ কৰিলে কৰ অধীক্ষক নীৰেন ভট্টাচাৰ্যক। ৰাজ্যিক কৰ...
Read moreDetailsকৰ্মজীৱনৰ পৰা অৱসৰে ব্যক্তিৰ জীৱনত এক নতুন সময়ৰ আৰম্ভণি ঘটায়। পৰম্পৰাগত ৰুটিনৰ অন্ত পেলাই ব্যক্তিগত জীৱন-যাপন আৰু আনন্দৰ সুযোগেৰে ভৰা...
Read moreDetailsজীৱনত শিক্ষাৰ বিশেষ গুৰুত্ব আছে। সেই শিক্ষা আমি পিতৃ-মাতৃৰ পৰা পাওঁ, গুৰুৰ পৰা বা প্ৰকৃতিৰ পৰা পাওঁ, সকলোৱে আমাৰ সফল...
Read moreDetailsআমাৰ সমাজত অপৰাধৰ দৃষ্টিৰে লক্ষ্য কৰিলেও চলচ্চিত্ৰ উদ্যোগৰ দৰেই পৰ্ণগ্ৰাফীৰ উদ্যোগ যথেষ্ট ডাঙৰ। এই উদ্যোগত জড়িত হৈ আছে বহু তাৰকা...
Read moreDetailsআগন্তুক এদিনীয়া বিশ্বকাপৰ বহু প্ৰত্যাশিত ভাৰত-পাকিস্তান মেচৰ দিনাংক আজি পুনৰ নিৰ্ধাৰণ কৰিছে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচি- এ। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ...
Read moreDetailsএক শোকাৱহ ঘটনাই শোকৰ ছাঁ পেলাইছে তিনিচুকীয়াৰ ডুমডুমাত। পথৰ মাজত পৰি থকা বিদ্যুতৰ তাঁৰ আঁতৰোৱাৰ চেষ্টা কৰোঁতে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ...
Read moreDetailsগুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তকৰণৰ বিৰোধিতাৰে অধিবক্তা সমাজে চলাই থকা প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে আম আদমি পাৰ্টীৰ অসম শাখাই। বৰ্তমানৰ স্থানৰ পৰা...
Read moreDetailsতীব্র পেটৰ বিষৰ যন্ত্ৰণাত কাতৰ এগৰাকী মহিলা বিষৰ উপশম বিচাৰি কাষ চাপিছিল চিকিৎসকৰ। পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসালয়ৰ চিকিৎসকসকলে বিচাৰি ওলিয়ালে পেটৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd