শীর্ষ সংবাদ

নাগালেণ্ডৰ ঘটনাত নিহতৰ আত্মাৰ সদগতি কামনাৰে এৱছুৰ বন্তি প্ৰজ্বলন, আফষ্পা বাতিলৰ দাবী

নাগালেণ্ডৰ মন জিলাত নিৰাপত্তা বাহিনীয়ে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি ১৫ জনকৈ নিৰীহ নগা লোকক হত্যা কৰাৰ ঘটনাক নিখিল বড়ো ছাত্ৰ সন্থা...

Read moreDetails

Bipin Rawat died হেলিকপ্তাৰ দুৰ্ঘটনাত পত্নীসহ নিহত চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাট

অৱশেষত আহিল বেয়া খবৰটো। এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত নিহত হৈছে ভাৰতৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট। এই ভয়ংকৰ দুৰ্ঘটনাটোত...

Read moreDetails

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক নগাওঁ আৰক্ষীৰ

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক নগাওঁ আৰক্ষীৰ কামাখ্য মন্দিৰৰ মাটিৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰা বিধায়ক আমিনুল ইছলামৰ ঘৰলৈ যোৱাৰ পথতেই...

Read moreDetails

Helicopter crash Update হেলিকপ্তাৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি, ৰাৱাটৰ পত্নীও নিহত

তামিলনাডুত আজি সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাটোত বিপিন ৰাৱাটৰ পত্নী মধুলিকা ৰাৱাটৰো মৃত্যু ঘটাৰ কথা...

Read moreDetails

সূৰ্যতকৈও প্ৰায় ৩০ নিযুত গুণে বেছি বৃহৎ কৃষ্ণ গহ্বৰ আৱিষ্কাৰ,উৎফুল্লিত বিজ্ঞানী মহল

 কৃষ্ণ গহ্বৰৰ এক নতুন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ বিশাল অঞ্চলব্যাপী পৰিবেষ্টিত হৈ থকা হাতীপটিৰ নিচেই কাষতে বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিবলৈ সক্ষম...

Read moreDetails

ৰাজনৈতিক পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বৃহৎ ভূমি কেলেংকাৰী ফাদিল হৈছে-লুৰীণজ্যোতি গগৈ

বুধবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি দখলৰ কথা ৰাজনৈতিক পৃষ্ঠপোষকতাত হোৱা বুলি অভিযোগ...

Read moreDetails

বাক্সাৰ নাগ্ৰীজুলিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

বাক্সাৰ নাগ্ৰীজুলিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে । তামুলপুৰ আৰক্ষী আৰু এছএছবিৰ অভিযানত জব্দ।প্ৰায় ৩৬.৪ কিলোগ্ৰাম গাঞ্জা জব্দ। গোপন...

Read moreDetails

“ডাইৰেক্ট মাৰিছে”— নাগালেণ্ড আছাম ৰাইফলছৰ গণহত্যাত প্ৰাণ ৰক্ষা পৰা এজন যুৱকে ক’লে নৃশংস আক্ৰমণৰ কথা

"ডাইৰেক্ট মাৰিছে...। তেওঁলোকে আমাক সোঁফালে গুলী চালনা কৰিছিল।"—শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত আছাম ৰাইফলছৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ...

Read moreDetails

হিন্দুত্ববাদৰ আগ্ৰাসী ৰূপ; সাৰি নগ’ল বিদ্যালয় চৌপাশো

২০১৪ চনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দেশৰ শাসনভাৰ লোৱাৰ পিছতেই দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে উগ্ৰ ধৰ্মান্ধ হিন্দুত্ববাদী গোটৰ আগ্ৰাসন। এইবাৰ হিন্দুত্ববাদী...

Read moreDetails

প্ৰতিবাদ নেওঁচি শালকোচাৰ গেৰাভিটাত স্থাপন বিলাতী সুৰাৰ বিপনী, অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত উপায়ুক্তলৈ স্মাৰকপত্ৰ

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচাৰ গেৰাভিটা গাঁও পঞ্চায়তৰ এটা পেট্ৰল পাম্প চৌহদত নতুনকৈ স্থাপন কৰা বিলাতী সুৰাৰ বিপনীৰ...

Read moreDetails
Page 2265 of 5281 1 2,264 2,265 2,266 5,281

Stay Connected

Recent News