শীর্ষ সংবাদ

সংসদত আদানী বিতৰ্ক: তদন্তৰ দাবী জনাই সংসদত সোচ্চাৰ বিৰোধী

ধনকুবেৰ আদানীৰ বিত্তীয় জালিয়াতিৰ অভিযোগে সম্প্ৰতি দেশৰ লগতে তোলপাৰ বিশ্বতো। আমেৰিকাৰ শ্বৰ্ট চেলাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপন কৰা...

Read moreDetails

অৱশেষত কাৰামুক্ত হ’ল ছিদ্দিক কাপ্পান: মুকলি আকাশৰ তললৈ আহিয়ে দিলে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি

দুবছৰতকৈ অধিক সময় কাৰাগাৰত আৱদ্ধ থকাৰ পাছত অৱশেষত আজি মুকলি আকাশৰ তললৈ আহিল কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পান। উত্তৰ প্ৰদেশৰ হাথৰাছত...

Read moreDetails

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

যোৱা ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰে দেশৰ বাৰ্ষিক বিত্তীয় বিৱৰণী তথা ২০২৩-২০২৪ বৰ্ষৰ বাজেট। এই...

Read moreDetails

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

২০২৪ চনত আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে নিজকে সাজু কৰি তুলিছে বিভিন্ন দলৰ নেতৃত্বই। এইবাৰ আমেৰিকাৰ...

Read moreDetails

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

ৰাজ্য চৰকাৰৰ ইটোৰ পিছত সিটো সিদ্ধান্তই সাধাৰণ ৰাইজৰ মূৰত সোধাইছে মাধমাৰ। মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ তথা দৰিদ্ৰ জনতাক। এইবাৰ...

Read moreDetails

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

ইৰাণৰ এখন আদালতে এক ইৰাণী দম্পতীক সামাজিক মাধ্যমত ৰাজহুৱা পথত নৃত্য কৰাৰ এটা ভিডিঅ' পোষ্ট কৰাৰ বাবে ১০ বছৰৰ কাৰাদণ্ড...

Read moreDetails

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বাবে বাজেটত ৮৬,২০১ কোটি টকা আৱণ্টন কৰা হৈছে। এইবাৰো বাজেটত স্বাস্থ্যক যথেষ্ট গুৰুত্ব দিয়া হৈছে...

Read moreDetails

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ পৰা কেৱল ১.১ শতাংশহে কৃতকাৰ্য হয়। বুধবাৰে নগাঁও কলেজত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত আই এছ আৰু...

Read moreDetails

Union Budget 2023-24: আৰু কিমান দিন চলাব পাৰিব পুৰণি গাড়ী? বাজেটত নিৰ্দ্ধাৰণ কৰি দিয়া হ’ল সময় সীমা

এইবাৰ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৰণি গাড়ীবোৰ বাতিল কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত তেওঁৰ...

Read moreDetails

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত হিমস্খলনত দুই বিদেশী পৰ্যটকৰ মৃত্যু

জম্মু আৰু কাশ্মীৰৰ গুলমাৰ্গৰ বিখ্যাত স্কি ৰিজৰ্টত এটা প্ৰচণ্ড হিমস্খলনৰ ফলত পৰ্যটকৰ এটা দল আক্ৰান্ত  হৈছে। ঘটনাটোত দুজন পোলেণ্ডৰ নাগৰিকৰ...

Read moreDetails
Page 2267 of 5950 1 2,266 2,267 2,268 5,950

Stay Connected

Recent News