শীর্ষ সংবাদ

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক ঐতিহাসিক মুহূৰ্ত হিচাপে উত্তৰ ছিকিমৰ উচ্চ পাৰ্বত্য অঞ্চলত প্ৰথমবাৰৰ বাবে ইউৰেচিয়ান লিংকছ নামৰ এবিধ বিৰল বনৰীয়া...

Read moreDetails

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত 'বিকশিত ভাৰত গেৰাণ্টী' (ভিবি-জিআৰএএমজি) আঁচনিৰ নতুন গাঁথনিৰ তীব্ৰ বিৰোধিতা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী চি যোচেফ বিজয়ে। বুধবাৰে প্ৰধানমন্ত্ৰী...

Read moreDetails

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

১৯৭২ চনৰ ২ জুলাইত  ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত ঐতিহাসিক শিমলা চুক্তিৰ শান্তি প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য পাকিস্তানৰ ক্ৰমাগত সীমান্তৱৰ্তী সন্ত্ৰাসবাদ...

Read moreDetails

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

মেক ইন ইণ্ডিয়া অভিযানক এক ডাঙৰ উদগনি দি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে যুটীয়াভাৱে হাৰিয়ানাৰ খাৰখোডাত...

Read moreDetails

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

ছিয়াটল ষ্টেডিয়ামত ৬৬ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত বিশ্বকাপৰ মেচত বেলজিয়ামে ছেনেগালক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ শেষ ষোল্লত প্ৰৱেশ...

Read moreDetails

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি দাখিল কৰাৰ পাছতো নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব নোৱাৰিলে অসমৰ এজন ব্যক্তিয়ে। পেচাত দিনহাজিৰা কৰা এই...

Read moreDetails

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

সমগ্ৰ ইউৰোপৰ লগতে স্পেইনতো শেহতীয়া তাপপ্ৰবাহৰ ভয়াৱহ প্ৰভাৱ পৰিছে। যোৱা এমাহৰ ভিতৰত দেশখনত অত্যাধিক গৰমৰ বাবে এহেজাৰৰো অধিক লোকৰ মৃত্যু...

Read moreDetails

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন টিভিকে চৰকাৰে ৰাজ্যখনত গো-হত্যাৰ ওপৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে আৰোপ কৰা সম্পূৰ্ণ নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ...

Read moreDetails

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

বুধবাৰে অনুষ্ঠিত হোৱা এই ৰোমাঞ্চকৰ খেলখনত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে অনবদ্য প্ৰদৰ্শন কৰি দুটাকৈ গ'ল দি দলৰ জয় নিশ্চিত কৰে।...

Read moreDetails

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

আজিকালি ছচিয়েল মিডিয়া খুলিলেই দেখা যায় যে ফিটনেছ প্ৰভাৱশালীসকলে প্ৰটিন শ্বে'ক বা হাই-প্ৰটিন ডায়েটৰ গুণগান গাই আছে। জিমলৈ যোৱা নৱপ্ৰজন্মৰ...

Read moreDetails
Page 227 of 6055 1 … 226 227 228 … 6,055

Stay Connected

Recent News