শীর্ষ সংবাদ

শ্বুটিং সম্পূৰ্ণ হোৱাই নাই, ১০০ কোটি টকাত বিক্ৰী হ’ল দক্ষিণৰ চলচ্চিত্ৰৰ হিন্দী স্বত্ব!

মুক্তিৰ পূৰ্বেই দক্ষিণ ভাৰতীয় নায়ক সুৰিয়াৰ নতুন ছবিখনে এক আলোড়ন সৃষ্টি কৰিছে। তেওঁৰ ছবি 'সুৰিয়া ৪২'ৰ হিন্দী স্বত্ব ১০০ কোটি...

Read moreDetails

আফগানিস্তানত তালিবান চৰকাৰৰ বাহিনীৰ অভিযানত ৮ জন ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী নিহত

আফগানিস্তানৰ শাসনাধিষ্ঠ তালিবান চৰকাৰে জনাইছে যে ইয়াৰ চৰকাৰী বাহিনীৰ অভিযানত কমেও ৮জন ইছলামিক ষ্টেটৰ (আইছিছ) সন্ত্ৰাসবাদী নিহত হৈছে। তদুপৰি, কেইবাজনো...

Read moreDetails

ৰে’লত শিল নিক্ষেপ কৰাটো এক দণ্ডনীয় অপৰাধ; ১০ বছৰ পৰ্যন্ত হ’ব পাৰে কাৰাদণ্ড

অলপতে মালদা আৰু নিউ জলপাইগুড়ী এলেকাত নতুনকৈ উদ্বোধন কৰা বন্দে ভাৰত এক্সপ্ৰেছলৈ শেহতীয়াকৈ শিল নিক্ষেপৰ কেইটামান ঘটনা সংঘটিত হোৱা পৰিলক্ষিত...

Read moreDetails

তেওঁৰ পত্নী মেগানৰ সন্মুখতে গাত হাত তুলিছিল ভাতৃ উইলিয়ামে; গ্ৰন্থত লিখিলে প্ৰিন্স হেৰীয়ে!

প্ৰিন্স হেৰীয়ে তেওঁৰ নতুন গ্ৰন্থখনত ব্ৰিটিছ ৰাজপৰিয়ালৰ বিষয়ে বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। তেওঁ তাত বৰ্ণনা কৰিছে যে কেনেদৰে তেওঁৰ জ্যেষ্ঠ...

Read moreDetails

পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে ভাৰত, চীন আৰু ৰাছিয়াৰ মাজত বৃদ্ধি পাইছে তৈল বাণিজ্য

ৰাছিয়াই আৰ্কটিক অঞ্চলৰ পৰা চীন আৰু ভাৰতলৈ স্বাভাৱিকতকৈ অধিক খাৰুৱা তেল প্ৰেৰণ কৰিছে। বাতৰি অনুসৰি যোৱা মাহত ইউৰোপে ৰাছিয়াৰ তেল...

Read moreDetails

ৰাষ্ট্ৰ সন্ত্ৰাস আৰু AFSPA: সময়ৰ পৰীক্ষাগাৰত ভাৰতীয় গণতন্ত্ৰৰ অগ্নিপৰীক্ষা

মানৱ অধিকাৰৰ বিষয়ে যেতিয়াই ভবা হয় তেতিয়াই স্বাভাৱিকতেই আমাৰ মনলৈ আহে মানৱ অধিকাৰ আৰু ৰাষ্ট্ৰৰ সম্পৰ্ক কেনে হোৱা উচিত বা...

Read moreDetails

দুলীয়াজানৰ পৰা ‘অপহৃত’ নাবালিকাক বঙাইগাঁৱত উদ্ধাৰ

ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ পৰা অপহৃত হোৱাৰ অভিযোগ উঠা নাবালিকা ছোৱালীজনীক আৰক্ষীয়ে বঙাইগাঁও জিলাৰ পৰা উদ্ধাৰ কৰিছে। ১৭ বছৰীয়া কিশোৰীগৰাকীক আৰক্ষীয়ে...

Read moreDetails

এমজি-এনৰেগাৰ নতুন প্ৰক্ৰিয়া দৰিদ্ৰ জনসাধাৰণৰ ওপৰত কেন্দ্ৰৰ নতুন আক্ৰমণ!

দেশৰ দৰিদ্ৰ লোকসকলৰ কৰ্মসংস্থান সুনিশ্চিত কৰাৰ বাবে প্ৰচলন কৰা এক গুৰুত্বপূৰ্ণ আঁচনি এমজি এনৰেগাৰ শ্ৰমিকসকলৰ উপস্থিতি পঞ্জীয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে...

Read moreDetails

বংগত ধৰা পৰিছে ক’ভিদৰ বি এফ.৭ সংক্ৰমিত চাৰি ৰোগী: তৎপৰ প্ৰশাসন

ক’ভিদৰ পুনৰ সংক্ৰমণৰ আশংকাই উদ্বিগ্ন কৰি ৰখাৰ সময়তে এইবাৰ পশ্চিম বংগত ধৰা পৰিছে চীনত শেহতীয়াকৈ বৃদ্ধি পোৱা অ’মিক্ৰনৰ চাবভেৰিয়েণ্ট বি...

Read moreDetails

বিলৈ! বান্দৰৰ সৈতে চেলফি তুলিবলৈ গৈ ৫০০ ফুট দ খাৱৈত পৰি সাবটিলে মৃত্যুক

কিছুমান অদ্ভুত তথা আজৱ চখ পূৰণ কৰিবলৈ গৈ প্ৰায়ে বিপদত পৰে মানুহ। এনে এক অদ্ভুত চখ পূৰাবলৈ গৈ মৃত্যুক সাবটিবলগীয়া...

Read moreDetails
Page 2306 of 5952 1 2,305 2,306 2,307 5,952

Stay Connected

Recent News