শীর্ষ সংবাদ

বিড়ম্বনা! দুৰ্বৃত্তৰ দ্বাৰা প্ৰহৃত ব্ৰাজিলৰ বিশ্বকাপৰ প্ৰশিক্ষক টিটে

কাটাৰ বিশ্বকাপৰ পৰা প্ৰস্থানৰ পিছত টিটে প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছিল। তথাপি নেমাৰ দা চিলভা চেণ্টোছ জুনিয়ৰৰ প্ৰাক্তন প্ৰশিক্ষকে ৰেহাই পোৱা...

Read moreDetails

কেগৰ প্ৰতিবেদনত ধৰা পৰিল এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যাপক বিসংগতি

ভাৰতৰ নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেলে (কেগ) অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যাপক বিসংগতি ধৰা পেলাইছে। শনিবাৰে অসম বিধানসভাত দাখিল...

Read moreDetails

ক্ষান্ত হোৱা নাই পুটিন! খেৰচনত ৰাছিয়াৰ বিমান আক্ৰমণত নিহত ১০ জন

দক্ষিণ ইউক্ৰেইনৰ খেৰচন চহৰত ৰাছিয়াৰ বিমান আক্ৰমণত কমেও ১০ জন লোক নিহত আৰু ডজন সংখ্যক লোক আহত হৈছে। নিশা বিস্ফোৰণত...

Read moreDetails

আত্মহত্যা! শ্বুটিং ছেটতে মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ; ৱাশ্বৰুমৰ পৰা উদ্ধাৰ মৃতদেহ

সৰু পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মা। শেহতীয়াকৈ তেওঁ ধাৰাবাহিক 'আলি বাবা: দস্তান এ কাবুল'ত অভিনয় কৰিছিল। শনিবাৰে মুম্বাইত সেই...

Read moreDetails

এয়া মোদীৰ চৰকাৰ নহয়, আম্বানী-আদানীৰহে চৰকাৰ: লালকিল্লাৰ পৰা কেন্দ্ৰীয় চৰকাৰক তুলাধুনা ৰাহুল গান্ধীৰ

তিনিমাহ অতিক্ৰম কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই আজি ৰাজধানী দিল্লীত প্ৰৱেশ কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা যাত্ৰাই আজি দিল্লীত...

Read moreDetails

চোৰৰ আজৱ কায়দা! ১০ ফুট সুৰংগ খান্দি বেংকৰ পৰা লুটিলে কোটি টকাৰ সোণ

চুৰিকাৰ্য সংঘটিত কৰাৰ বাবে চোৰে নানা কৌশলী কায়দা অৱলম্বন কৰে। উত্তৰ প্ৰদেশৰ কানপুৰতো এনে এক কৌশলী পন্থাৰে চোৰে সিন্ধি দিলে...

Read moreDetails

বিত্তীয় অনিয়ম: তিনি দিনৰ বাবে চিবিআইৰ জিম্মালৈ আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন চিইঅ’ চন্দা কোছাৰ

বিত্তীয় লেনদেনত অনিয়মৰ অভিযোগত কালি গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক...

Read moreDetails

ক’ভিদ আতংক! চীনসহ পাঁচ এছিয়ান ৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বাধ্যতামূলক হ’ব ক’ভিদৰ RT-PCR পৰীক্ষা

দেশত পুনৰ বিৰাজ কৰিছে ক’ভিদৰ আতংকই। চীনৰ শেহতীয়া ক’ভিদ পৰিস্থিতিয়ে আন্ত:ৰাষ্ট্ৰীয় উদ্বেগ বৃদ্ধি কৰাৰ সময়তে সম্ভাৱ্য ক'ভিদ সংক্ৰমণ প্ৰতিৰোধৰ বাবে...

Read moreDetails

মথুৰাৰ কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ মছজিদ বিবাদক লৈ জৰীপৰ নিৰ্দেশ আদালতৰ

মথুৰাৰ কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ বিবাদত আজি উত্তৰ প্ৰদেশৰ এখন জিলা আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। স্থানীয় আদালতে এই বিবাদৰ শুনানি...

Read moreDetails

‘বিজেপিয়ে বিয়পাইছে ঘৃণা আৰু আমি প্ৰেম’: দিল্লীত উপস্থিত হৈ ৰাহুল গান্ধীৰ দাবী

ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভাৰত জোড়ো যাত্ৰা’ই আজি দিল্লীত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডব্যই ৰাহুল গান্ধীলৈ পত্ৰ...

Read moreDetails
Page 2323 of 5953 1 2,322 2,323 2,324 5,953

Stay Connected

Recent News