শীর্ষ সংবাদ

‘ৰজা’ আহিব বাবেই প্ৰজাৰ হাৰাশাস্তি; গুৱাহাটীৰ ৰাজপথত আজিও তাকৰ চিটীবাছ

'ৰজা' আহিব গতিকে প্ৰজাৰ দুদিনৰ বাবে হাৰাশাস্তি। গুৱাহাটীত হঠাৎ হৰলুকি প্ৰায় ৫০০ চিটীবাছ। দুদিনৰ বাবে গুৱাহাটীত চিটিবাছ বিচাৰি ৰাইজৰ মাজত...

Read moreDetails

কোভিডৰ আতংকৰ মাজতে আহিছে এডেনো ভাইৰাছ ! শিশুৰ কোন অংগক অকামিলা কৰিব পাৰে এই ভাইৰাছে?

কোভিডৰ সংহাৰে সৰ্বস্বান্ত কৰা বিশ্বত এইবাৰ পুনৰ আন এক ৰোগে ত্ৰাসৰ সৃষ্টি কৰিছে। বিশেষকৈ এছিয়াৰ কেইবাখনো দেশৰ লগতে কানাডাত এই...

Read moreDetails

কোভিডৰ চতুৰ্থ ঢৌ: বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত বৈঠকত কি ক’লে মোদীয়ে?

দেশত কোভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ সময়তে আজি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকত মিলিত হয়। ভাৰ্চুৱেল...

Read moreDetails

মহানগৰীৰ পৰা অন্তৰ্ধান চিটি বাছ, যাত্ৰীৰ দুৰ্ভোগ, ক’লৈ নিয়া হ’ল বাছবোৰ?

গুৱাহাটী মহানগৰীত অন্তৰ্ধান হৈ পৰিছে চিটি বাছসমূহ। যাৰ ফলত যাত্রীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। সাধাৰণ নাগৰিকৰ যাতায়াতৰ অন্যতম মাধ্যম...

Read moreDetails

সদ্যোজাত নাতিনীক ঘৰলৈ নিবলৈ হেলিকপ্টাৰ ভাড়া কৰিলে কৃষকে

সাধাৰণতেই এখন গৃহত নতুনকৈ কোনো শিশুৰ জন্ম হ'লে সমগ্ৰ গৃহতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। নাতি-নাতিনীৰ আগমণত বিশেষভাৱে উৎফুল্লিত হৈ...

Read moreDetails

ঘৃণামূলক সাম্প্ৰদায়িক ভাষণ: উত্তৰাখণ্ড, হিমাচল প্ৰদেশ চৰকাৰলৈ সতৰ্কবাণী উচ্চতম ন্যায়ালয়ৰ

দেশত শেহতীয়াকৈ মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে উদ্বেগজনকভাৱে বৃদ্ধি পাই অহা সাম্প্ৰদায়িক ভাবুকিৰ তথা মন্তব্যৰ মাজতে এক গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে উচ্চতম...

Read moreDetails

গুজৰাটৰ উপকূলত পাকিস্তানী নাও জব্দ: ন জনক আটক, উদ্ধাৰ নিচাজাতীয় সামগ্ৰী

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলে এক যুটীয়া অভিযানত গুজৰাটৰ উপকূল অঞ্চলত ৯ জন ক্ৰু সদস্যৰ সৈতে এখন...

Read moreDetails

তামিলনাডুত শোকাৱহ দুৰ্ঘটনা: বিদ্যুৎপৃষ্ট হৈ মন্দিৰৰ ধৰ্মীয় ৰথযাত্ৰাত ভাগ লোৱা ১১ জনৰ মৃত্যু

তামিলনাডুৰ থাঞ্জাভুৰ জিলাত আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। জিলাখনৰ এটা মন্দিৰত ধৰ্মীয় ৰথযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও ১১...

Read moreDetails

কৰাচী বিশ্ববিদ্যালয়ত আত্মঘাতী বোমাৰুৰ আক্ৰমণ: তিনি চীনা নাগৰিকসহ চাৰিজনৰ মৃত্যু

পাকিস্তানৰ বিচ্ছিন্নতাবাদী গোটৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে কৰাচী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত কনফুচিয়ছ ইনষ্টিটিউটৰ কৰ্মচাৰী কঢ়িয়াই অনা এখন বাহনৰ ওপৰত আক্ৰমণ...

Read moreDetails

আশাহত কংগ্ৰেছ: কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ অগ্ৰাহ্য প্ৰশান্ত কিশোৰৰ

শেহতীয়া কিছুদিন ধৰি চলি অহা তীব্ৰ জল্পনা-কল্পনাৰ অন্ত পেলাই আজি দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলে আগবঢ়োৱা প্ৰস্তাৱ...

Read moreDetails
Page 2687 of 5974 1 … 2,686 2,687 2,688 … 5,974

Stay Connected

Recent News