ইউক্ৰেইনত এতিয়া যুদ্ধৰ আতংক। যুদ্ধৰ দাবানলে আতংকিত কৰিছে দেশখন। যুদ্ধৰ বিভীষিকাই জৰ্জৰ কৰি তোলা ইউক্ৰেইনত আৱদ্ধ হৈ আছে শিক্ষাৰ্থীসহ সহস্ৰাধিক...
Read moreDetailsইউক্ৰেইনত ৰাছিয়াৰ সামৰিক আক্ৰমণৰ প্ৰভাৱ পৰিছে ফুটবল জগতত। চলিত ছিজনৰ উৱেফা চেম্পিয়নচ্ লীগৰ ফাইনেল ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ পৰা পেৰিছলৈ স্থানান্তৰিত...
Read moreDetailsআজি শিৱসাগৰ জিলা বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত...
Read moreDetailsইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বিশ্বজুৰি যিদৰে সমালোচনাৰ সন্মুখীন হৈছে ঠিক তেনেদৰে নিজৰ দেশতো সমালোচনাৰ পৰা...
Read moreDetailsৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে। বিমান...
Read moreDetailsইউক্ৰেইনত এতিয়া যুদ্ধৰ আতংক। ৰাছিয়াৰ আক্ৰমণৰ ফলত দেশখনত বিভীষিকাময় পৰিবেশৰ সৃষ্টি হৈছে। চৌদিশে ছানি ধৰিছে জুই আৰু ধোঁৱাই।বোমা বিস্ফোৰণৰ শব্দই...
Read moreDetailsভাৰতে ইউক্ৰেইন যুদ্ধত কোনো পক্ষ লোৱা নাই। ইয়াৰ পৰিৱৰ্তে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ মাজত সন্তুলন ৰক্ষা কৰি চলাৰ নীতি...
Read moreDetailsনিজৰ সৰুকালৰ বান্ধৱী তথা প্ৰাক্তন কূটনীতিকৰ কন্যাক ডিঙি কাটি হত্যা কৰাৰ অভিযোগত পাকিস্তানী ধনকুবেৰৰ পুত্ৰক আদালতে দিলে মৃত্যুদণ্ডৰ ৰায়। পাকিস্তানৰ...
Read moreDetailsইউক্ৰেইনত যুদ্ধৰ উৎকণ্ঠা, উদ্বিগ্নতাৰ মাজত সময় পাৰ কৰিছে দেশখনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তথা নাগৰিকসকলে। কেনেকৈ ইউক্ৰেইনৰ পৰা তেওঁলোক নিজৰ দেশলৈ...
Read moreDetailsবৃহস্পতিবাৰে লক্ষ্ণৌত অনুষ্ঠিত টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক ভাৰতে অনায়াসে পৰাজিত কৰে।মেচখনত ভাৰতে শ্ৰীলংকাক ৬২ৰাণৰ ব্যৱধানত পৰাজিত কৰে। টছত জিকি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd