শীর্ষ সংবাদ

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

অহা ১৮ জুনত ১০খন ৰাজ্যৰ ২৪খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।বৃহস্পতিবাৰে বিজেপিয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই...

Read moreDetails

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

উত্তৰ-পূব ভাৰতৰ আইন শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ সফলতা অৰ্জন কৰিছে। ২০২৬...

Read moreDetails

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

হলিউডৰ প্ৰবীণ অভিনেতা জেমছ হেণ্ডিৰ মৰ্মান্তিক মৃত্যুৰ খবৰে বিনোদন জগতখনত শোকৰ ছাঁ পেলাইছে। ‘টপ গান: মেভেৰিক’, ‘জুমানজী’, ‘লোগান’কে ধৰি কেইবাখনো...

Read moreDetails

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফা বিশ্বকাপ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত টিকট বিক্ৰীৰ ক্ষেত্ৰত এক গুৰুতৰ কাৰিকৰী বিজুতি পোহৰলৈ আহিছে।...

Read moreDetails

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

এই বৰ্ষৰ জে ই ই এডভান্সড পৰীক্ষা অনুষ্ঠিত কৰা আই আই টি ৰুৰকীয়ে লাখ লাখ পৰীক্ষাৰ্থীৰ ব্যক্তিগত তথ্য ফাদিল আৰু...

Read moreDetails

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

বিশ্ব পৰিৱেশ দিৱসৰ দিনা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেইবাখনো মনোমহা ছবি শ্বেয়াৰ কৰিছে।...

Read moreDetails

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছে যে তেওঁলোকে ভাৰতক সু-৫৭ যুদ্ধবিমান যোগান ধৰিবলৈ সম্পূৰ্ণ সাজু হৈছে। বৰ্তমান সময়ত নতুন দিল্লীয়ে...

Read moreDetails

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ মাজতে কেৰালাৰ পালাক্কাদ জিলাৰ থেনকুৰিছিৰ এম শ্যামকুমাৰ নামৰ এজন ব্যক্তি সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ...

Read moreDetails

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

দিল্লী উচ্চ ন্যায়ালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ অধিকাৰক লৈ এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। আদালতে এগৰাকী শিক্ষয়িত্ৰীৰ আবেদনৰ শুনানি...

Read moreDetails

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

৫ জুন তাৰিখে গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে অসমৰ মন্ত্ৰীসভা সম্প্ৰসাৰিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত...

Read moreDetails
Page 293 of 6055 1 … 292 293 294 … 6,055

Stay Connected

Recent News