বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজা আৰু ইৰাণত চলোৱা নিজৰ দেশৰ সামৰিক অভিযানৰ সপক্ষে সবল যুক্তি দাঙি...
Read moreDetailsভাৰতীয় নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ কাৰ্যকলাপ আৰু দেশজুৰি লাখ লাখ বৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ প্ৰসংগত গভীৰ উদ্বেগ...
Read moreDetailsএছ আই আৰ (SIR) সন্দৰ্ভত দুয়োগৰাকী নিৰ্বাচনী আয়ুক্তৰ লিখিত আপত্তি আৰু ক্ষোভক আওকাণ কৰাৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে লোকসভাৰ...
Read moreDetailsবিশ্বৰ প্ৰতি চাৰিজন চিকিৎসকৰ এজনে অহা ১০ বছৰৰ ভিতৰত অৱসৰ ল’ব পাৰে। ইয়াৰ ফলত অদূৰ ভৱিষ্যতে বিশ্ব স্বাস্থ্য সংকটৰ সৃষ্টি...
Read moreDetailsমানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল বাৰিষাৰ বাবে বন্ধ থকাৰ পিছত ২০২৬-২৭ বৰ্ষৰ পৰ্যটন বৰ্ষৰ বাবে ২ অক্টোবৰত পৰ্যটকৰ...
Read moreDetailsমুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুজন আয়ুক্তৰ মাজত এছ আই আৰক লৈ সৃষ্টি হোৱা বিবাদক লৈ নতুন বিতৰ্কৰ...
Read moreDetailsমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন আৰু আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে যুৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে অহা ৮ আৰু...
Read moreDetailsনতুন দিল্লীত বৃহস্পতিবাৰে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেয়ে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে এক অতিকৈ কঠোৰ আৰু...
Read moreDetailsআদানী এণ্টাৰপ্ৰাইজৰ দ্বাৰা তৰা এক অপৰাধমূলক মানহানিৰ গোচৰত সাংবাদিক ৰবি নায়াৰক কাৰাৰুদ্ধ কৰি ৰখা কাৰ্যক লৈ দেশ-বিদেশৰ বিভিন্ন সংবাদ সংস্থাই...
Read moreDetailsশেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিপুল পৰিমাণৰ ধন ব্যয় কৰিছে। নিৰ্বাচন আয়োগক দাখিল কৰা হিচাপত দলটোৱে উল্লেখ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd