শীর্ষ সংবাদ

পঞ্চতাৰকা যুক্ত হোটেলত বহি থকা সকলে প্ৰদূষণৰ বাবে দোষাৰোপ কৰে কৃষকক: উচ্চতম ন্যায়ালয়

দিল্লীৰ বায়ু প্ৰদূষণ সংকট সন্দৰ্ভত এক শক্তিশালী স্থিতি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আজি বিষয়টোৰ শুনানি গ্ৰহণ কৰি কয় যে...

Read moreDetails

Supreme Court: স্পৰ্শ নকৰিলেও POCSO আইনত গ্ৰহণযোগ্য যৌন নিৰ্যাতনৰ অভিযোগ; জনালে উচ্চতম ন্যায়ালয়ে

Supreme Court যৌন নিৰ্যাতনৰ ক্ষেত্ৰত শৰীৰ স্পৰ্শ নকৰিলেও সেয়া পকছো (POCSO) আইনৰ আওতাত পৰিব। উচ্চতম ন্যায়ালয়ে এইকথা স্পষ্ট কৰি দিছে।...

Read moreDetails

শ্ৰীনগৰ এনকাউণ্টাৰৰ তদন্ত ঘোষণা জম্মু-কাশ্মীৰ প্ৰশাসনৰ

জম্মু আৰু কাশ্মীৰ প্ৰশাসনে শ্ৰীনগৰৰ হাইদৰপোৰাত দুজন ব্যৱসায়ী নিহত হোৱা আৰক্ষীৰ এক বিতৰ্কিত এনকাউণ্টাৰৰ দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিছে। এজন অতিৰিক্ত...

Read moreDetails

জ্যেষ্ঠ সাংবাদিক, আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, অল আছাম প্ৰেছ কৰাছপণ্ডেন্ট ইউনিয়ন চমুকৈ ‘আপকু’ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ বুধবাৰে নিশা ১২-৪৫বজাত পৰলোকপ্ৰাপ্তি...

Read moreDetails

অনলাইন CBSE, CISCE ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) আৰু ভাৰতীয় বিদ্যালয় প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদৰ (CISCE) দ্বাৰা পৰিচালিত ব'ৰ্ড পৰীক্ষাৰ...

Read moreDetails

৫ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ’ব বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা: পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী

"ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা ২.৭ মিলিয়ন মেট্ৰিকটনৰ পৰা ৫ মেট্ৰিকটনলৈ বৃদ্ধি কৰা হ'ব। চিৰাং জিলাৰ ডাংতলত প্ৰায়...

Read moreDetails

প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপনৰ পিছৰে পৰা সন্ধানহীন চীনৰ টেনিছ তাৰকা

চীনৰ কমিউনিষ্ট পাৰ্টীৰ এগৰাকী প্ৰভাৱশালী নেতা তথা দেশ খনৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ঝাং গাওলিৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে...

Read moreDetails

ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত ভয়াৱহ অগ্নিকাণ্ড,বিস্তৰ ক্ষতি

তামুলপুৰৰ ভাৰত- ভূটান সীমান্তৰ দৰঙামেলাত আজি পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল চাৰিখনকৈ কাপোৰৰ ব্যবয়সীক প্ৰতিষ্ঠান। স্থানীয় লোকৰ সহযোগত...

Read moreDetails

টীয়ক-কাৱৈমাৰী সংযোগী পথ: নিৰ্মাণৰ পাছদিনাই বখলা বখলে এৰালে ব্লেক টেপিং

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কাৱৈমাৰীৰ জাঁজী মথাউৰিৰ পৰা টীয়ক সংযোগী ৯.৯০ কি:মি দৈঘ্যৰ জৰাজীৰ্ণ পথটি নিৰ্মাণৰ পিছদিনাই এৰালে ব্লেক টেপিং...

Read moreDetails

জুবিনৰ জন্মদিন: পুৰণি জনগোষ্ঠীয় গীতসমূহৰ প্ৰকৃতাৰ্থত সংৰক্ষণ হৈছেনে? বিশেষ লেখা

জুবিন গাৰ্গে বিভিন্ন সময়ত গোৱা বহু জনগোষ্ঠীয় গীত আজিও সঠিক ৰূপত সংৰক্ষিত হোৱা নাই। শিল্পীগৰাকীয়ে বিভিন্ন সময়ত বড়ো, মিচিং, কাৰ্বি,...

Read moreDetails
Page 3025 of 5989 1 … 3,024 3,025 3,026 … 5,989

Stay Connected

Recent News