শীর্ষ সংবাদ

সীমা বিবাদ: অসম-মিজোৰামে স্বাক্ষৰ কৰিলে যুটীয়া বিবৃতিত, সংঘাত দূৰীকৰণত সহমত

অসম-মিজোৰাম সীমা সমস্যাকলৈ আজি মিজোৰামৰ ৰাজধানী আইজলত অনুষ্ঠিত দুয়ো খন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছতে দুয়ো ৰাজ্যৰ প্ৰতিনিধিয়ে এক যুটীয়া...

Read moreDetails

চাপৰ, চৈবাৰী আৰু কৃষ্ণ কলি চাহ বাগিচাত কিমানে পাইছে বিশুদ্ধ খোৱাপানী? বুজ ল’লে ধুবুৰীৰ উপায়ুক্ত আন্বামাথুনে

পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চৈবাৰী , কৃষ্ণ কলী আৰু চাপৰ চাহ বাগিচা অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান...

Read moreDetails

আজি পাঁচ আগষ্ট, আজিৰ দিনটোতে অসমৰ ইতিহাসত সংঘটিত হৈছিল এক কৰুণ ঘটনা, কি ঘটনা?

আজি পাঁচ আগষ্ট। ১৬৬৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে অসমৰ ইতিহাসত সংঘটিত হৈছিল এক কৰুণ ঘটনা। দেশ আৰু জাতিৰ বাবে আজি দিনটোতে...

Read moreDetails

লংকাৰ ডাবলং উপ-স্বাস্থ্য কেন্দ্ৰত ভেকচিন নোপোৱাক কেন্দ্ৰ কৰি পুনৰ চিকিৎসাকৰ্মীক আক্ৰমণ

লংকাৰ ডাবলং উপ-স্বাস্থ্য কেন্দ্ৰত ভেকচিন নোপোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ভেকচিন নাপাই একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উপস্বাস্থ্য কেন্দ্ৰটোত।...

Read moreDetails

পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি: তামুলপুৰত প্ৰেমিকৰ সৈতে আত্মহত্যা কৰিলে বিবাহিতা মহিলাই

বাক্সা জিলাৰ তামুলপুৰৰ কাউলিত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি। স্বামী গৃহৰ পৰা ওলাই গৈ প্ৰেমিকৰ ঘৰত আত্মহত্যা মহিলা আৰু প্ৰেমিক যুৱকৰ।তামুলপুৰ...

Read moreDetails

অসম-মিজোৰাম সীমা বিবাদ: আলোচনাৰ বাবে আইজললৈ উৰা মাৰিলে অসমৰ দুই মন্ত্ৰীয়ে

সীমা বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ বাবে অনুষ্ঠিত হ'বলগীয়া আলোচনাত ভাগ ল'বলৈ মিৰোৰামৰ ৰাজধানী আইজললৈ...

Read moreDetails

বিশ্বনাথত খৰি বিচাৰি গৈ যুৱকৰ কৰুণ মৃত্যু, ওৰে নিশা ঘটনাস্থলীতে পৰি থাকিল মৃতদেহ

বিশ্বনাথৰ প্ৰতাপ গড় চাহ বাগিচাৰ মুখৰ গড়ত অঘটন । নিশাৰ ভাগত খৰি বিচাৰি গছৰ ডাল কাটিবলৈ গৈছিল কুনুন খদালৰ নামৰ...

Read moreDetails

২১ আগষ্টত বিজেপিত যোগদানৰ সম্ভাৱনা ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰৰ

কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইৰ পিছত এইবাৰ ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা...

Read moreDetails

দুমাহ পূৰ্বে বলাৎকাৰৰ অভিযোগ তোলা অভিনেত্ৰীক নিশা নিজৰ ঘৰৰ পৰাই আটক কৰিলে আৰক্ষীয়ে

বাংলাদেশৰ বহি চৰ্চিত মোহময়ী অভিনেত্ৰী পৰি মণিক আটক কৰিলে দেশ খনৰ আৰক্ষীয়ে । যোৱা নিশা ৯ বজাত অভিনেত্ৰীগৰাকীক ঢাকাৰ বনানীত...

Read moreDetails

সুধাকন্ঠৰ কুঠৰিস্থিত বাসগৃহত শীঘ্ৰে নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰকল্প, ৭ বিঘা ভূমি হস্তান্তৰ সাংস্কৃতিক বিভাগক

অৱশেষত বহুতো কল্পনা জল্পনাৰ ওৰ পৰিল। সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰিস্থিত বাসগৃহসহ ৭ বিঘা ভূমি হস্তান্তৰ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক...

Read moreDetails
Page 3229 of 5999 1 … 3,228 3,229 3,230 … 5,999

Stay Connected

Recent News