শীর্ষ সংবাদ

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মৃত্যু কিমানৰ? কোভিডৰ নতুন SOP জাৰি

ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ আজিও ১ শতাংশৰ তলতে আছে। অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা কালিৰ তুলনাত  কিছু বাঢ়িছে। বিগত ২৪ ঘণ্টাত...

Read moreDetails

বৰঙ্গাজুলি সত্ৰত পোন প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ হ’ব বড়ো সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি

বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ মৃত্যুৰ পিছত পোন প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ হ'ব বড়ো সম্প্ৰদায়ৰ নিৰঞ্জন বড়ো। এই কথা ঘোষণা...

Read moreDetails

ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি নিলম্বিত অসম আৰক্ষীৰ এজন কনিষ্টবলকে ধৰি তিনি হোমগাৰ্ড

ট্ৰাকৰ পৰা অবৈধ ভাবে ধন সংগ্ৰহ কৰি অহা বুলি অসম আৰক্ষীৰ বিৰুদ্ধে পুৰণি অভিযোগ আছে। এই অভিযোগকে সঁচা প্ৰতিপন্ন কৰি...

Read moreDetails

ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড SOP, কি আছে নতুন SOP ত?

কোভিড সংক্ৰমণৰ ক্ষেত্ৰত উদ্বেগজনক স্থিতিত থকা দেশৰ  ১০ খন ৰাজ্যৰ ৪৬ খন জিলাৰ ভিতৰত অসমৰো একাধিক জিলা আছে। এনে সময়তে...

Read moreDetails

ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত, CBIয়ে প্ৰকাশ কৰিলে ৩ হত্যাকাৰীৰ নাম

লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত ৷ CBIয়ে প্ৰকাশ কৰিলে ৩ হত্যাকাৰীৰ নাম। হত্যাকাৰী কেইজন ৰূপা ব্ৰহ্ম, দিনকৰ মুছাহাৰী আৰু ভদ্ৰেশ্বৰ বসুমতাৰী। CBIয়ে...

Read moreDetails

এক মিনিটত ১১০ বাৰ বুক ডান: ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত মাৰ্ঘেৰিটাৰ যুৱক বিকান্তৰ

মাৰ্ঘেৰিটা তৰাণী গাঁ‌ৱৰ বিকান্ত কুমাৰ মৰাণৰ অভিলেখ । এক মিনিটত ১১০ বাৰ বুক ডান (Knuckle Push Up) কৰি ইণ্ডিয়ান বুক...

Read moreDetails

অৱসৰলৈ ৭ মাহ বাকী থকা সময়তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া অমৰজিৎ সিনহাৰ ৰহস্যজনক পদত্যাগ

প্ৰধানমন্ত্ৰীৰ সামাজিক বিষয়ৰ পৰামৰ্শদাতা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অমৰজিৎ সিনহাই আজি তেওঁৰ পদৰ পৰা অব্যাহতি লয়। ১৯৮৩ চনৰ বিহাৰ কেদাৰৰ...

Read moreDetails

‘অসম-মিজোৰামৰ যুদ্ধ’!প্ৰতিটো কথাতে আমি হাৰিছো,মুখ্যমন্ত্ৰীক তুলাধূনা অখিল গগৈৰ

অসম-মিজোৰামৰ সীমা সংঘাতকলৈ আজি সৰৱ হৈ পৰে শিৱসাগৰৰ বিধায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। অসম-মিজোৰাম সংঘাতৰ ফলত...

Read moreDetails

নাগৰিকৰ দুৰ্ভোগৰ প্ৰতি নাই কাণসাৰ: মহানগৰীত পথ নিৰ্মাণৰ নামত শিল পেলাই বন্ধ কৰিলে পথ

যিটো সময়ত গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি হিচাবে গঢ় দিয়াৰ বাবে চৰকাৰে কোটিটকীয়া পৰিকল্পনা কৰিছে সেই সময়তে একাংশ লোকৰ কেতবোৰ অবিবেচক...

Read moreDetails

শিৱসাগৰত জাতীয় সংগঠনৰ নেতাৰ পৃষ্ঠপোষকতাতে পাৰ্কিঙৰ নামত চিণ্ডিকেটৰাজ!

শিৱসাগৰ পৌৰসভাই ধাৰ্য কৰা পাৰ্কিং মাচুলতকৈ ১০ গুণ বেছি মাচুল  সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে  ডাঙৰ যানবাহন পাৰ্কিঙৰ লেচী ৰিদিপ ডেকাৰ...

Read moreDetails
Page 3234 of 5999 1 … 3,233 3,234 3,235 … 5,999

Stay Connected

Recent News