শীর্ষ সংবাদ

বৰপেটাৰ শিলাত অমানবীয় কাৰ্য; শ শ পক্ষী নিধন: পক্ষী নিধন কাৰ্যত জড়িত এজনক আটক

বৰপেটাৰ শিলাৰ কৃষি ভূমিত বিহ দিয়াৰ ফলত কালি শ শ পক্ষী নিধন হোৱা ঘটনাই মৰ্মাহত কৰি তুলিছে সকলকে ৷ কৃষিভূমিত...

Read moreDetails

ৰং তুলিকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসম কন্যা; নাম লিখিলে ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডত

নিজৰ প্ৰতিভাৰ জড়িয়তে ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হল এগৰাকী যুৱতী। শিৱসাগৰৰ শুকান পুখুৰীৰ এই যুৱতীগৰাকীৰ...

Read moreDetails

জাগুনত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ কৰুণ মৃত্যুত শোকৰ ছাঁ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ তিনি নং ৰামপুৰত এক শোকাৱহ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্তখবৰ অনুসৰি কালি দিনৰ...

Read moreDetails

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? প্ৰাণ হেৰুৱালে কিমানজনে? নতুন SOP ত কি আছে?

সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতো ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তলতে আছে। আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ২০...

Read moreDetails

দেশবাসীক বাহুৱলী হোৱাৰ কিটিপ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে, কি সেই কিটিপ?

দেশবাসীক বাহুৱলী হোৱাৰ মন্ত্ৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এই কিটিপ গ্ৰহণ কৰিলেই আপুনি হৈ পৰিব বাহুৱলী অৰ্থাৎ শক্তিশালী।কিন্তু কি সেই কিটিপ?...

Read moreDetails

ক’ভিড ৰোগীৰ সংখ্যা কমি অহাৰ পিচতো তৃতীয়বাৰৰ বাবে লকডাউন বৃদ্ধি বিশ্বনাথত  

ইতিমধ্যে  অসম চৰকাৰে প্ৰকাশ কৰিছে ক’ভডি সম্পৰ্কীয় নতুন SOP । বিশ্বনাথৰ লগতে ৰাজ্যৰ  আন কেইবাখনো জিলা ক্ৰমে গোলাঘাট, লখিমপুৰ, যোৰহাট,...

Read moreDetails

কলিয়াবৰত আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত ৰেকিবুল,হাফিজুৰ

কলিয়াবৰৰ উলুৱনী আৰক্ষী আৰু চুলুং টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নলতলীৰ পৰা দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ...

Read moreDetails

কঠোৰ ন্যায়ালয়: চন্দ্ৰপুৰত স্থাপন কৰিব নোৱাৰিব ডাম্পিং গ্ৰাউণ্ড

গুৱাহাটী মহানগৰীৰ উপকণ্ঠৰ চন্দ্ৰপুৰত চৰকাৰে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজ সৰৱ হৈ থকাৰ সময়তে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে...

Read moreDetails

বিজেপি নেতা চন্দু প্ৰসাদ জয়ছোৱালৰ বিৰূদ্ধে সংৰক্ষিত ভূমি বেদখলৰ অভিযোগ, এজাহাৰ দাখিল

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত টিৰাপগেটৰ বিজেপি অ বি চি মৰ্চা মচাৰ তিনিচুকীয়া জিলা সমিতিৰ  উপ সভাপতি   চন্দু প্ৰসাদ...

Read moreDetails

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ কৰা মহিলাও পেগাছাছৰ ফোন টেপিঙৰ তালিকাত!

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিঙৰ ঘটনাই ভাৰতকে ধৰি বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে তুমুল জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে প্ৰাক্তন মুখ্য ন্যায়াধীশ...

Read moreDetails
Page 3265 of 6001 1 … 3,264 3,265 3,266 … 6,001

Stay Connected

Recent News