শীর্ষ সংবাদ

অসমীয়াৰ বিড়ম্বনা! কা-বিৰোধী গণ আন্দোলনৰ প্ৰথম শ্বহীদ দ্বীপাঞ্জল দাসৰ নাম নাই চৰকাৰী তথ্যত

২০১৯ চনৰ ডিচেম্বৰ মাহ। অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰৱল গণ আন্দোলন চলিছিল। ১২ ডিচেম্বৰৰ সন্ধিয়া গুাৱাহাটীৰ লাচিত নগৰত সেই...

Read moreDetails

চৰকাৰী অনুমতি অবিহনে বিদেশ ভ্ৰমণ; আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক নিলম্বন

অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক নিলম্বন কৰা হৈছে। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এক নিৰ্দেশযোগে...

Read moreDetails

মাৰ্ঘেৰিটাৰ নামদাঙৰ চাহবাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক

মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলৰ এখন ব্যক্তিগত চাহবাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপাপ্ত হয় বিমল দহটীয়া(৩৫) নামৰ এজন ব্যক্তি। বৰ্তমানে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত...

Read moreDetails

কলিয়াবৰত বন বিভাগ আৰু আৰক্ষীৰ চকুত ধূলি দি দিন দুপৰতে দুষ্ট চক্ৰৰ চোৰাংকাঠৰ ৰমৰমীয়া বেহা

কলিয়াবৰৰ মিছা ভূঞাপট্টিত দিন দুপৰতে চোৰাং কাঠ ভৰ্ত্তি এখন টাটা মোবাইল গাড়ী জব্দ কৰে স্থানীয় ৰাইজে। আজি পুৱা প্ৰায় ১১...

Read moreDetails

সাংসদ নৱ কুমাৰ শৰণীয়াক তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ; কি ক’লে সাংসদগৰাকীয়ে?

কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াক তৃমমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ দিয়া হৈছে। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।...

Read moreDetails

ৰাজ্যৰ সকলোবোৰ বনাঞ্চল আৰু বনসংমণ্ডলৰ বনকৰ্মীলৈ বৰ্ধিত ৰেচন ভাট্টাৰ ঘোষণা

অসম চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ে সোমবাৰে জাৰি কৰা এক নিৰ্দেশ মতে অসমৰ বন বিভাগত কৰ্মৰত সকলো বোৰ বনকৰ্মীৰ বাবে...

Read moreDetails

মাৰ্ঘেৰিটাৰ চাইডিঙত ভুৱা আধাৰ কেন্দ্ৰত আৰক্ষীৰ অভিযান; উৎখাত কেন্দ্ৰ, আটক ৩জনক

মাৰ্ঘেৰিটাৰ চাইডিঙত চলাই অহা এটি অবৈধ আধাৰ কেন্দ্ৰ আজি আৰক্ষীয়ে উৎখাত কৰে। কেন্দ্ৰটোত ব্যৱহ্নত কম্পিউটাৰ লেপটপ প্ৰিন্টাৰ আদিৰ লগতে বিভিন্ন...

Read moreDetails

গাড়ী ক্ৰয় নকৰাকৈয়ে গাড়ীৰ গৰাকী হ’ল এজন লোক! প্ৰকৃততে পৰিবহণ বিভাগত চলিছে কি?

ক্ৰয় নকৰাকৈয়ে গাড়ীৰ  R.C লাভ কৰি হতবাক হৈ পৰিছে এটি পৰিয়াল। বস্ত্ৰ নগৰী শুৱালকুছিত সংঘটিত হৈছে এই ঘটনা। শুৱালকুছি নিবাসী...

Read moreDetails

পৰ্ণ ছবিৰ ব্যৱসায়ত জড়িতৰ অভিযোগত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ; নাম ওলাল চাৰ্লিন,পুনমৰ

বহুদিন ধৰি পৰ্ণ ছবি নিৰ্মাণৰ সৈতে জড়িত থকাৰ অভিযোগ অভিনেত্ৰী শিল্পা ছেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে। এই অভিযোগতেই গ্ৰেপ্তাৰ কৰা...

Read moreDetails

পেগাছাছ বিষয়কলৈ বিৰোধীৰ হুলস্থুলৰ মাজতে স্থগিত লোকসভা

বিৰোধী দলে পেগাছাছ বিতৰ্ককে ধৰি বিভিন্ন বিষয়কলৈ সদনৰ নিয়মীয়া কামকাজত বাধা দিয়াৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰম স্থগিত ৰাখিবলগীয়া হয়। বিৰোধী...

Read moreDetails
Page 3264 of 6001 1 … 3,263 3,264 3,265 … 6,001

Stay Connected

Recent News