DMCA.com Protection Status

শীর্ষ সংবাদ

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ মৌলিকভাৱে বৈষম্যমূলক: ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ

ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰে শুকুৰবাৰে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক “মৌলিকভাৱে বৈষম্যমূলক” বুলি অভিহিত কৰিছে। আইনখনে চুবুৰীয়া দেশ তিনিখনৰ “নিপীড়িত” সম্প্ৰদায়কেইটাক সুৰক্ষা...

Read more

কৰ্মচাৰী পৰিষদৰ ঘোষণা : নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত ১৮ ডিচেম্বৰত পালন কৰিব কৰ্মবিৰতি

অহা ১৮ ডিচেম্বৰত কৰ্মবিৰতি পালনেৰে বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে। উক্ত দিনা ৰাজ্যৰ...

Read more

পুনৰ ২২ ডিচেম্বৰলৈ বাতিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব আইনৰ বিৰোধিতাৰে ৰাজ্যত এতিয়াও অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ পৰিপ্ৰেক্ষিতত পুনৰ বাতিল কৰা হ'ল...

Read more

প্ৰতিবাদত উত্তাল অসম; বাতিল হ’ল অসম-ওড়িশাৰ কোচবিহাৰ ট্ৰফীৰ খেল

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে চলি থকা তীব্ৰ প্ৰতিবাদৰ বাবে অসম আৰু ওড়িশাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনূৰ্দ্ধৰ...

Read more

অসমীয়াৰ শাওপাত? অসমীয়াৰ ওপৰত “কেব”ৰ আঘাতৰ পিছতে মোদীৰ “পতন” গংগাঘাটত

সংবিধানৰ মৌলিক চৰিত্ৰত আঘাত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক উভয় সদনত গৃহীত কৰাৰ ৩ দিন পিছতে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী...

Read more

‘চহিদ’ ছাম ষ্টেফ’ৰ্ডৰ বাসগৃহত আছুৰ নেতৃত্ব; প্ৰতিকৃতিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা তৰ্পণ

বৃহস্পতিবাৰে অৰ্থাৎ যোৱা ১২ ডিচেম্বৰৰ দিনা সন্ধিয়া সেনা-আৰক্ষীৰ গুলীত নিহত হোৱা ছাম ষ্টেফ’ৰ্ডৰ ঘৰত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ...

Read more

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে পশ্চিমবংগত তীব্ৰ প্ৰতিবাদ

নাগৰিকত্ব (সংশোধনী) আইন (CAA)ৰ বিৰোধিতাৰে শনিবাৰে উত্তাল হৈ পৰে পশ্চিমবংগৰ বিভিন্ন অঞ্চল। পশ্চিমবংগৰ মুৰ্শিদাবাদ, দক্ষিণ ২৪ পৰগনাকে ধৰি বিভিন্ন অঞ্চলত...

Read more

নাগৰিকত্ব আইনৰ বিৰোধিতা : আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ

গোটেই ৰাজ্য নাগৰিকত্ব আইনৰ বিৰোধিতাৰে মুখৰ হৈ পৰাৰ সময়তে চৰকাৰে সম্ভাৱ্য বৃহৎ প্ৰতিবাদী আন্দোলনটোক প্ৰতিহত কৰাৰ বাবে তৎপৰ হৈ পৰিছে।...

Read more

গণতন্ত্ৰ নিবিচৰা বিভাজনকাৰী সকলে উত্তৰ কোৰিয়ালৈ গুছি যাওক; মেঘালয়ৰ ৰাজ্যপালৰ বিতৰ্কিত টুইট

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰতি বিৰূপভাৱ প্ৰকাশেৰে পৰোক্ষেভাৱে সমগ্ৰ প্ৰতিবাদী আন্দোলনটোক হেয় প্ৰতিপন্ন কৰিলে মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে। শুকুৰবাৰে...

Read more

মোদীৰ ডিজেটেল ইণ্ডিয়া; অসমত ১৬ ডিচেম্বৰলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা

পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব আইনৰ বিৰোধিতাৰে অসমত চলি থকা তীব্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে অসমত ১১ ডিচেম্বৰৰ পৰা...

Read more
Page 3362 of 4345 1 3,361 3,362 3,363 4,345

Recent News