শীর্ষ সংবাদ

কোভিড-১৯ত আক্ৰান্ত তামুলপুৰৰ বিধায়ক লেহো ৰাম বড়োৰ জিএমচিএইচত মৃত্যু

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক লেহো ৰাম বড়োৰ শনিবাৰে পুৱা ষ্ট্ৰ’কত...

Read moreDetails

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান; নিশা ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনৰ ৰদ-বদলৰ পিছতেই সমগ্র ৰাজ্যত চলিছে ড্ৰাগছ ব্যৱসায়ৰ উৎখাত অভিযান। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীও। দীৰ্ঘদিন ধৰি...

Read moreDetails

কোভিড-১৯ত আক্ৰান্ত হৈ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া নিৰঞ্জন কুলীৰ পৰলোকপ্ৰাপ্তি

ধেমাজিৰ প্ৰাক্তন বিধায়ক ৰমেশ মোহন কুলীৰ পুত্ৰ তথা ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া নিৰঞ্জন কুলীৰ কোভিড-১৯ত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে। শুকুৰবাৰে...

Read moreDetails

যুৱতীক নিৰ্যাতন চলোৱা মূল অভিযুক্ত বাংলাদেশী টিকটক হৃদয়সহ দুজন কেনেকৈ গুলীবিদ্ধ হ’ল?

নাৰী সৰবৰাহকাৰী চক্ৰৰ অন্যতম অভিযুক্ত ঢাকাৰ টিকটক হৃদয় আৰু এজন আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে। বাংগালুৰুৰ পৰা আৰক্ষীয়ে মুঠ ছয়জনক গ্ৰেপ্তাৰ...

Read moreDetails

গোলাঘাটত নতুনকৈ ক’ভিডত আক্ৰান্ত ১৬৩জন লোক, মৃত্যু ৩ জনৰ

গোলাঘাটত যোৱা ২৪ ঘন্টাত ক'ভিড আক্ৰান্তৰ গ্ৰাফ অলপ নিম্নগামী হোৱা দেখা গৈছে। শুকুৰবাৰে ৫২৭৯ জন লোকৰ ক'ভিড পৰীক্ষাৰ অন্তত ১৬৩...

Read moreDetails

স্বাস্থ্য মন্ত্রীৰ শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন; ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে।...

Read moreDetails

টীয়কৰ মুক্তিযোদ্ধা, বৈষ্ণৱ সংস্কৃতিৰ একান্ত সেৱক চন্দ্ৰ কান্ত শইকীয়াৰ পৰলোকপ্ৰাপ্তি

টীয়ক বনাই ন পমুৱা গাঁও নিবাসী বৈষ্ণৱ সংস্কৃতিৰ একান্ত সেৱক তথা মুক্তিযোদ্ধা চন্দ্ৰ কান্ত শইকীয়াৰ (৯৮) যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত...

Read moreDetails

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰিলে অসম চৰকাৰে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চাহ বাগিচাসমূহৰ প্ৰতিনিধিৰে কৰা আলোচনা মৰ্মে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰাৰ...

Read moreDetails

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কোভিড পজিটিভ, জিএমচিএইছত চিকিৎসাধীন

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কোভিড পজিটিভ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকীক। কোভিডত আক্ৰান্ত হোৱা...

Read moreDetails

তামুলপুৰৰ বিধায়ক লেহো ৰাম বড়োৰ অৱস্থা সংকটজনক: জিএমচিএইছৰ আইচিইউত ভৰ্তি

৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক লেহো ৰাম বড়োক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হৈছে।...

Read moreDetails
Page 3384 of 6007 1 … 3,383 3,384 3,385 … 6,007

Stay Connected

Recent News