শীর্ষ সংবাদ

জাগুনত পিষ্টলসহ আটক উগ্ৰপন্থী সংগঠন এল ডি চি এম এলৰ কেডাৰ

ভাৰতীয় সেনাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন স্থিত ১৪নং ৰাজপুত ৰেজিমেণ্টৰ এক অভিযানত আজি জাগুন নামফাই সংৰক্ষিত বনাঞ্চলত দুধৰ্ষ এল,...

Read moreDetails

বামুণী পাহাৰত মৃত্যু ঘটা ১৮ টা হাতীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, এটা হাতীৰ দেহতহে পোৰাৰ চিন

সমগ্ৰ ৰাজ্যতে জোকাৰণিৰ সৃষ্টি কৰা নগাঁৱৰ বামুণী পাহাৰত ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লোৱা ১৮ টাকৈ হাতীৰ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন...

Read moreDetails

ৰাজ্যত ঘোষণা হ’ব নেকি লকডাউন? কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে?

লকডাউনৰ সম্ভাৱনা গোটেই অসমতে নাই। কিন্তু ডিব্ৰুগড়, গুৱাহাটী, তিনিচুকীয়াত অহা ৭ দিনৰ ভিতৰত উন্নত নহয় তেতিয়া এতিয়াতকৈও বেছি কঠোৰ নিৰ্দেশনাৰ...

Read moreDetails

চাঞ্চল্যকৰ! এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিবলৈ এহাল দম্পত্তিয়ে বিক্ৰী কৰিলে নিজৰ পুত্ৰসন্তানক, ক’ত?

এহাল দম্পত্তিয়ে এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিবলৈ নিজৰ সন্তানক বিক্ৰী কৰি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো সংঘটিত হৈছে...

Read moreDetails

বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ’ন ঘোষণা

 গোলাঘাট জিলাৰ বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে...

Read moreDetails

আস্থা ভোটত পৰাজিত হোৱাৰ পিছতো তৃতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে

ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা নেপালত আজি কে পি শৰ্মা অলিয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে। নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী...

Read moreDetails

টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ সংখ্যা ২ জনলৈ বৃদ্ধি, আলফা স্বাধীনৰ অস্বীকাৰ

তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত আজি দুৰ্বৃত্তই সংঘটিত কৰা গ্ৰেনেড আক্ৰমণত নিহতৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে। আজি বিয়লি চিকিৎসাধীন অৱস্থাতে...

Read moreDetails

“ভেকচিন নাই বাবে আমি ডিঙিত ৰছি লগাই মৰি যোৱা উচিত নেকি?” : কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী

''ভেকচিনৰ উৎপাদন হোৱা নাই বাবে আমি কি ডিঙিত ৰছি লগাই মৰি যোৱা উচিত নেকি?'' কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ডিভি...

Read moreDetails

মুখ্যমন্ত্ৰী ডাঙৰ মানুহ! কোভিড অতিকৈ ভয়াৱহ! প্ৰশাসনৰ নিৰ্দেশনা নামানি আপুনি জীৱনলৈ বিপদ নচপাব

মুখ্যমন্ত্ৰী ডাঙৰ মানুহ গতিকে তেওঁ নীতি-নিয়ম ভৰিৰে মোহাৰি ঘূৰি ফুৰিলেও বিশেষ একো ক্ষতি নহয়। পূৰ্বতেও স্বাস্থ্যমন্ত্ৰী হিচাপে তেওঁ বিভিন্ন স্থানলৈ...

Read moreDetails

৪ লাখ টকাৰ উৎকোচ লৈ এহাল দম্পত্তিক হত্যা কৰি গ্ৰেপ্তাৰ হ’ল এজন বিজেপি নেতা, ক’ত?

বিজেপি নেতাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এটা দম্পত্তিৰ ক্ষত-বিক্ষত দেহ। ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগৰ মালদা জিলাৰ গাজোল নামৰ ঠাইখনত।...

Read moreDetails
Page 3432 of 6009 1 … 3,431 3,432 3,433 … 6,009

Stay Connected

Recent News