DMCA.com Protection Status

শীর্ষ সংবাদ

সুধাকণ্ঠৰ সমাধিৰ পৰা দীঘলীপুখুৰীলৈকে কা-বিৰোধী সমদল শিল্পী সমাজৰ

শিল্পী সমাজে কা-বিৰোধিতাৰে দেওবাৰে গুৱাহাটীত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ পৰা দীঘলীপুখুৰীলৈকে বিশাল এক প্ৰতিবাদী সমদল বাহিৰ কৰে। যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, আছুৰ...

Read more

দেশত আন এটা অভাৱনীয় ঘটনা! জে এন য়ুৰ চৌহদত প্ৰৱেশ কৰি দলবদ্ধ আক্ৰমণ ABVP-ৰ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে খ্যাতিমান প্ৰতিষ্ঠান জে এন য়ুৰ চৌহদত আজি এদন অচিনাক্ত গুণ্ডাৰ দলে প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী আৰু...

Read more

CAA-ৰ প্ৰভাৱ? পাকিস্তানত আততায়ীৰ গুলীত নিহত শিখ যুৱক; দুদিন পূৰ্বে হৈছিল গুৰুদ্বাৰত আক্ৰমণ

ৰৱিন্দৰ সিং নামৰ এজন ২৫ বছৰীয়া শিখ যুৱকক পাকিস্তানত আজি অচিনাক্ত আততায়ীয়ে গুলীয়াই হত্যা কৰে। পেছৱাৰৰ ছামকানি আৰক্ষী থানাৰ অধীনৰ...

Read more

২৪ ঘণ্টাত সমগ্ৰ অসমত কমেও ৮ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু

দুগৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি কমেও আঠজন লোকে যোৱা ২৪ ঘণ্টাত অসমৰ বিভিন্ন ঠাইত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। তেজপুৰ, মৰিগাওঁ, ধুবুৰী...

Read more

বৰ্ষাপাৰাত টছৰ পাছতেই বৰষুণ; স্থগিত ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ

আজি গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত বিধি-পথালিৰ সৃষ্টি কৰিছে বৰষুণে। ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া...

Read more

অসমৰ চৰৰ পৰা চলিছে “ৰাসায়নিক আক্ৰমণ”, মন্তব্য বিজেপিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

হাজো সমষ্টিৰ বিজেপিৰ বিধিয়িকা সুমন হৰিপ্ৰিয়াই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে চৰৰ পৰা অসমৰ মানুহৰ ওপৰত “ৰাসায়নিক আক্ৰমণ”...

Read more

বিটিএডি অঞ্চল এতিয়া শান্তিৰ জৰিয়তে দ্ৰুত প্ৰগতিৰ দিশত : দৈজিং উৎসৱত মুখ্য মন্ত্ৰী সোণোৱাল

‘পৃথিৱীৰ সকলো সভ্যতা নদীৰ পাৰতে গঢ় লৈ উঠা। সেয়ে আই নদীৰ পাৰত অনুষ্ঠিত দৈজিং উৎসৱ মহা মিলনৰ উৎসৱ হিচাপে পৰিগণিত...

Read more

অনুশীলনৰ সময়ত আঘাত পালে বিৰাট কোহলীয়ে; খেলক লৈ অনিশ্চয়তা

আজি গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব লগীয়া ছিৰিজৰ প্ৰথমখন টি-২০ মেচৰ পূৰ্বে আঘাতৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ...

Read more
Page 3556 of 4584 1 3,555 3,556 3,557 4,584

Recent News