শীর্ষ সংবাদ

নাগালেণ্ডত ১২৩৯ লৈ বৃদ্ধি ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা; ডিমাপুৰত পুনৰ এসপ্তাহৰ বাবে ল’কডাউন

শুকুৰবাৰে নাগালেণ্ডত নতুনকৈ ৬৫ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যখনত কোভিড আক্ৰান্ত লোকৰ সংখ্যা ১২৩৯ গৰাকীলৈ বৃদ্ধি...

Read moreDetails

হাইস্কুল টেটৰ পুনৰ মূল্যায়ণৰ নামত কি চলিছে শিক্ষা বিভাগত? অৰাজকতা দূৰ কৰাৰ দাবী

কোনো আগতীয়া জাননী অবিহনেই হাইস্কুল টেট পৰীক্ষাৰ পূৰ্বে ঘোষিত ফলাফল পুনৰ ঘোষণাৰ দৰে আজব কাণ্ড কৰি গুৰুতৰ অনিয়ম সংঘটিত কৰা...

Read moreDetails

চিৰাং জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ

অসমত চলিত বৰ্ষত বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। শুকুৰবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে চিৰাং জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে মালিপাৰা...

Read moreDetails

কোকৰাঝাৰত চিকিৎসালয়তে সন্তানৰ মাতৃ হ’ল দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলা; চিকিৎসা কৰ্মীক কৃতজ্ঞতা

কোকৰাঝাৰৰ ৰূপানাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলাই শুকুৰবাৰে সন্তান প্ৰসৱ কৰে। চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক আৰু নাৰ্চ সকলে গৰ্ভৱতী...

Read moreDetails

অৱশেষত বিশ্বনাথ আৰক্ষীয়ে কৰায়ত্ত কৰিলে পলাতক কোভিড পজিটিভ আলমিন শ্বেখক

বিশ্বনাথৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ২৩ জুলাইত পলায়ন কৰা কোভিড পজিটিভ আলমিন শ্বেখক শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে কৰায়ত্ত কৰে। বিশ্বনাথৰ আমবাৰীত থকা এখন...

Read moreDetails

ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ কৃষি মন্ত্ৰী অতুল বৰাৰ নাঁও; নিশা বোকাখাতত চাঞ্চল্য

নিজৰ গৃহ সমষ্টি বোকাখাতৰ দিচৈং পঞ্চায়তৰ লহৰে চাপৰিলৈ শুকুৰবাৰে বানসাহায্য আৰু বান পৰিস্থিতিৰ বুজ লবলৈ গৈছিল কৃষি মন্ত্ৰী অতুল বৰা...

Read moreDetails

অসমত ১১৩০ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৯৮ শতাংশ

১১৩০গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰে ৪১৭গৰাকী গুৱাহাটীৰ আৰু ১০৪গৰাকী কাছাৰ জিলাৰ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

Read moreDetails

২৪ নৱেম্বৰলৈ বাহাল থাকিব ঘৰুৱা বিমানৰ ক্ষেত্ৰত আৰোপিত বাধ্য-বাধকতা

ক’ৰ’ণাতংকৰ বাবে বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হোৱা দেশৰ বিমান পৰিবহন ব্যৱস্থাত অসামৰিক বিমান পৰিবহন দপ্তৰে কেতবোৰ বিশেষ বাধ্য-বাধকতা আৰোপ কৰিছিল। ক’ৰ’ণা...

Read moreDetails

বৰপেটাত বান শিবিৰ পৰিদৰ্শন কৰি ৰাজ্যত আঞ্চলিক দলক শক্তিশালী কৰাৰ আহ্বান প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

শেহতীয়া বানপানীয়ে ভয়াবহভাৱে ক্ষতিগ্ৰস্থ কৰা বৰপেটা জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বৰপেটাত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল...

Read moreDetails

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণত পুনৰ ছয়গৰাকী লোকৰ মৃত্যু; মুঠ মৃতকৰ সংখ্যা ৭৬ গৰাকীলৈ বৃদ্ধি

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আজি পুনৰ ছয়গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে মৃত্যু হোৱা লোক ছয়গৰাকী হৈছে ক্ৰমে- কৰিমগঞ্জৰ হালিম...

Read moreDetails
Page 3643 of 5281 1 3,642 3,643 3,644 5,281

Stay Connected

Recent News