শীর্ষ সংবাদ

সহায়ৰ হাত: বিশ্বৰ ২৫ খন দেশলৈ হাইড্ৰ’ক্সিক্লৰ’কুইন পঠিয়াব ভাৰতে

হাইড্ৰ’ক্সিক্লৰ’কুইন বিচাৰি অনুৰোধ জনোৱা প্ৰায় ২৫খন দেশলৈ এই ঔষধবিধ ৰপ্তানিত ভাৰতে অনুমোদন জনাইছে। দেশত এই ঔষধবিধৰ মজুত সম্পৰ্কে পৰ্যালোচনা কৰাৰ...

Read more

চৌদি আৰৱত কৰ’নাৰ সন্ত্ৰাস: COVID-19ত আক্ৰান্ত ৰাজ পৰিয়ালৰ ১৫০ সদস্য

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত বিশ্বৰ ধনী আৰু সম্পদশালী দেশসমূহেও কৰ’নাৰ গ্ৰাসত দিকবিদিক হেৰুৱাবলগীয়া...

Read more

স্বাস্থ্য কৰ্মীসকলৰ বাবে অভিনেতা চনু চুডে খুলি দিলে নিজৰ বিলাসী হোটেল

বলিউদ অভিনেতা চনু চুডে নিজৰ মুম্বাইৰ জুহুস্থিত হোটেলখন স্বাস্থ্য কৰ্মীসকলক প্ৰদানৰ সিদ্ধান্ত লয়। এটা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে এই কথা জনায়। তেওঁ...

Read more

দোলগোমাত নিশা বিধ্বংসী অগ্নিকাণ্ড: ভস্মীভূত হ’ল প্ৰায় ১৫টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

গোৱালপাৰাৰ দলগোমাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড ৷ বুদুচৰৰ দৈনিক বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড৷ এই ভয়ংকৰ অগ্নিকাণ্ডটোত...

Read more

লকডাউন: গুৱাহাটীত ঘৰে ঘৰে বিক্ৰী কৰা হ’ব লোকেল মাছ

লকডাউনৰ মাজতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ১০ এপ্ৰিলৰ পৰা গুৱাহাটী মহানগৰবাসীক ঘৰে ঘৰে লোকেল মাছ যোগানৰ ব্যৱস্থা কৰিছে। পৰিচয় পত্ৰ...

Read more

কৰ’না ভাইৰাছ : বাঘৰ সংক্ৰমণৰ ঘটনাৰ পাছতেই ছাগলীক মাস্ক পিন্ধাইছে এজন ছাগলী পালকে

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী। বৰ্তমান চলি থকা...

Read more

লকডাউন: গুৱাহাটীত অনুমতি পত্ৰ থকা বাহনৰ চলাচল সীমিত কৰাৰ পদক্ষেপ

লকডাউনৰ মাজত গুৱাহাটীত অত্যাৱশ্যকীয় সেৱাৰ অনুমতি পত্ৰ থকা যান-বাহনৰ চলাচলো সীমিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে এই আদেশৰ পৰা...

Read more

ধুবুৰীত পজিটিভ ৰোগীৰ সংস্পর্শত অহা প্ৰথমটো COVID-19 ৰোগী চিনাক্ত; আক্ৰান্তৰ সংখ্যা ২৯ লৈ বৃদ্ধি

অসমত আজি আৰু এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। ধুবুৰী জিলাত চিনাক্ত হোৱা এই আক্ৰান্ত লোকজন জিলাখনৰ পূৰ্বতে চিনাক্ত...

Read more

প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে মুখ্য মন্ত্ৰী সোণোৱালে

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গঠন কৰা পি এম কেয়াৰ্ছ ফাণ্ডলৈ আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে...

Read more
Page 3745 of 5005 1 3,744 3,745 3,746 5,005

Recent News