শীর্ষ সংবাদ

গোলাঘাটত বিজেপি কাৰ্যালয়ত আক্ৰমণ; জ্বলাই দিলে বেনাৰ,প’ষ্টাৰ, সৰ্বানন্দ সোণোৱালৰ ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কে অসমক পুনৰ অসম আন্দোলনৰ দৰে পৰিস্থিতিৰ মাজলৈ টানি নিবলৈ গৈ আছে নেকি? আজি অসম বন্ধৰ হিংসাত্মক পৰিস্থিতিৰ...

Read moreDetails

সমগ্ৰ ৰাজ্যতে আছুৰ অসম বন্ধত সৰ্বাত্মক প্ৰভাৱ : ৰাইজৰ স্বত:স্ফুৰ্ত সঁহাৰি

নগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত আছুৱে আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি ৰাজ্যৰ জনসাধাৰণে স্বত:স্ফুৰ্ত সঁহাৰি জনাইছে। পুৱাৰে পৰা ৰাজ্যৰ...

Read moreDetails

সংকটত বিজেপি! নতুন ৰাজনৈতিক দল গঠনৰ দিশে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ

সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিক ৰুধিবলৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সমৰ্থনত অতি শীঘ্ৰে এটা নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিব। ৭ জানুৱাৰি অৰ্থাৎ সোমবাৰে...

Read moreDetails

ক’লা পতাকা প্ৰদৰ্শনেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল সমগ্ৰ নগাঁও জিলা। আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে...

Read moreDetails

বিজেপিয়ে সমগ্ৰ অসমকে উলংগ কৰিলে : মৰাণ ছাত্ৰ সন্থা

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল কৰা, মৰাণ জনজাতিক অনুসূচীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰা আৰু তৈলক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণ বাতিল কৰাৰ দাবীত...

Read moreDetails

কেন্দ্ৰীয় কমিটী নতুকৈ গঠন কৰি অগপক নতুন ৰূপ দিয়াৰ দাবী বিদ্ৰোহী তৃণমূল কৰ্মীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত দাখিল হোৱাৰ পাছত অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰাৰ সময়তে দলটোৰ ভিতৰচ’ৰাত কেন্দ্ৰীয় নেতৃ্ত্বৰ...

Read moreDetails

‘ঐক্যবদ্ধ বিৰোধী’ হিচাপে একেলগে কাম কৰি যাবলৈ অগপক আহ্বান দেৱব্ৰত শইকীয়াৰ

অগপক ‘ঐক্যবদ্ধ বিৰোধী’ হৈ বিভাজনকামী আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে একেলগে কাম কৰি যাবলৈ আজি আহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।...

Read moreDetails

অগপই মিত্ৰতা ভংগ কৰি সময়োপযোগী আৰু উচিত পদক্ষেপ লৈছে : প্ৰমীলাৰাণী ব্ৰহ্ম

‘অগপই এইটো সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰা বুলি মই ভাবো। তেওঁলোকে উচিত পদক্ষেপ লৈছে।‘ অগপৰ সভাপতি অতুল বৰাই দিল্লীত বিজেপিৰ সৈতে...

Read moreDetails

‘ধিক্কাৰ দিৱস’ত দল-সংগঠন, সচেতন নাগৰিকৰ উপস্থিতিত উঠিল স্বাধীন অসমৰ প্ৰসংগ

জাতিধ্বংসী বিধেয়কখনেই স্বাধীন অসমৰ দাবীক পুনৰ প্ৰাসংগিক কৰি তুলিব নেকি? আজি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে জেপিচিয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ...

Read moreDetails

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজো ওলাই আহিল নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে

নাগৰিকত্ব সংশোধনী বিধেয়কে অসম অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰি থকাৰ মাজতে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ ওলাই আহিল বিধেয়কখনৰ বিৰুদ্ধে। আজি...

Read moreDetails
Page 4889 of 5263 1 4,888 4,889 4,890 5,263

Stay Connected

Recent News