শীর্ষ সংবাদ

আকৌ এজন যুৱক আলফা (স্বা:)লৈ ! : চৰাইদেউৰ পৰা সন্ধানহীন অৰুণাভ

নৱবৰ্ষৰ আৰম্ভণিতে এটা চাঞ্চল্যকৰ খৱৰে উজনি অসমৰ চৰাইদেউ অঞ্চলৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চৰাইদেউৰ বৰহাট লাকিলী গাঁৱৰ পৰা যোৱা...

Read moreDetails

আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে অসম আৰক্ষীৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন আবেদন

আজিৰে পৰা ৰাজ্য চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগত ৰাজ্যৰ বিশেষভাৱে সক্ষম নিৱনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে অনুষ্ঠিত হৈছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন...

Read moreDetails

কেন্দ্ৰৰ ঘোষণাত নতুনত্ব নাই, গৃহ মন্ত্ৰী সিঙৰ সংবাদমেলৰ পিছতে প্ৰতিক্ৰিয়া আছু-কৃষক মুক্তিৰ

বিগত ৩৩ বছৰ ধৰি সমাধান নোহোৱা অসম চুক্তিৰ ৬ নং দফাক লৈ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা মাহ থকা অৱস্থাত...

Read moreDetails

নতুন বছৰত আদালতত প্ৰথমবাৰ ভৰি থৈয়ে আকস্মিক মৃত্যু বৰ্ষীয়ান অধিবক্তাৰ

নৱবৰ্ষৰ দ্বিতীয় দিনটোত প্ৰথমবাৰলৈ বুলি আদালতৰ পদূলিত ভৰি থৈয়ে ঢলি পৰি বুধবাৰে আকস্মিক মৃত্যু সাবটি লৈছে গোলাঘাটৰ বিশিষ্ট অধিবক্তা ঘনকান্ত...

Read moreDetails

সাংবিধানিক সুৰক্ষা, জনজাতিকৰণৰ বাতৰি ‘দিল্লীৰ লাড়ু, ঝুমলাবাজী’: অখিল গগৈ

অসমবাসীৰ বাবে সাংবিধানিক সুৰক্ষা, বিশেষ সংৰক্ষণ ব্যৱস্থাৰ লগতে জনজাতিকৰণৰ দাবী পূৰণৰ দিশে কেন্দ্ৰ আগবাঢ়িছে বুলি শেহতীয়াকৈ অসমৰ একাংশ সংবাদ মাধ্যমে...

Read moreDetails

হেঁপাহেৰে আহি নেদেখিলে একো, বছৰৰ দ্বিতীয় দিনাই বেয়াকৈ ঠগিলে চিৰিয়াখানাই!

পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়ছোৱাত জনসাধাৰণৰ মন উৎকণ্ঠা, আনন্দ, উল্লাসেৰে ভৰি পৰে। কাণেৰে শুনা বস্তু এটা চকুৰে চোৱাৰ হেঁপাহ...

Read moreDetails

মোদী কেবিনেটৰ সিদ্ধান্তসমূহ: অসম চুক্তিৰ ৬নং দফা আৰু বড়ো দাবী সন্দৰ্ভত

বুধবাৰে বহা নৰেন্দ্ৰ মোদী কেবিনেটে অসম চুক্তিৰ ৬নং দফা কাৰ্য্যকৰীকৰণৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত লৈছে। “সমিতিয়ে সকলো অংশীদাৰৰে...

Read moreDetails

পিতৃৰ দ্বাৰা যৌন নিৰ্য্যাতিতা নাবালিকাক ন্যায় দিবলৈ মেনকা গান্ধীৰ সোণোৱালক আহ্বান

কৰিমগঞ্জত এজন পালক পিতৃয়ে তেওঁৰ নাবালিকা কন্যাগৰাকীক কেইবা মাহো ধৰি যৌন নিৰ্য্যাতন চলাই অহা গোচৰটো কঠোৰভাৱে ল’বলৈ অসম চৰকাৰক আহ্বান...

Read moreDetails

ডাম্পিং গ্ৰাউণ্ড কৰি দীপৰ বিলক ভয়াৱহ প্ৰদূষণৰ মাজলৈ ঠেলি দিছে খোদ চৰকাৰেই

বন্যপ্ৰাণী তথা পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব থকা জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দীপৰ বিলক ভয়াৱহ প্ৰদূষণৰ মাজলৈ ঠেলি দিছে স্বয়ং চৰকাৰেই।...

Read moreDetails

কৰ্মচাৰীৰ প্ৰতিবাদত তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া স্থগিত অইল ইণ্ডিয়াৰ

অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ নিবিদা নং CDG9977L19 –ৰ যোগে ইয়াৰ অধীনৰ ২খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল...

Read moreDetails
Page 4895 of 5262 1 4,894 4,895 4,896 5,262

Stay Connected

Recent News