শীর্ষ সংবাদ

‘ভেন্সাৰ’ নিৰাময়ত বিফল চৰকাৰ; প্ৰাণ ত্যাগ অসমৰ ইজনৰ পিছত সিজন শিক্ষকৰ!

অসমৰ পৰা ‘ভেন্সাৰ’ শিক্ষানুষ্ঠানক ‘চিৰবিদায়’ৰ আশ্বাস দি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ‘পলায়ন’ কৰাৰ অভিযোগত শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই গান্ধী জয়ন্তীৰ দিনাই দিচপুৰত...

Read moreDetails

অসমৰ এই আমোলাজনে কিয় ভংগ কৰিছে প্ৰ’ট’কল?

ক্ষমতাৰ কৰিদৰত ‘মালিক’ক ‘সুখী’ ৰখাৰ চেষ্টাৰে, আশ্চৰ্য্যজনকভাৱে কিয় যে নিৰ্ধাৰিত বিভাগীয় প্ৰ’ট’কল ভংগ কৰিছে অসমৰ তথ্য আৰু জন সম্পৰ্ক বিভাগ-এ।...

Read moreDetails

ষ্টে’ট বেংক শাখাৰ সৈতে জিলা প্ৰশাসনৰ সকলো লেন-দেন বাতিল!

ষ্টে’ট বেংক অৱ ইণ্ডিয়াৰ কৰ্মচাৰীৰ কাম-কাজক লৈ বহু গ্ৰাহকৰ সঘন অভিযোগৰ মাজতে বেংকটোৰ হাইলাকান্দি শাখাৰ সৈতে শনিবাৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্য্যকৰী...

Read moreDetails

কিয় পদত্যাগ উঠাই ল’লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৰাকী ডিনে?

উপাচাৰ্য্য ৰঞ্জিত তামুলী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থা (DUTA)ৰ সৈতে শনিবাৰে হোৱা ‘সুদীৰ্ঘ আৰু ফলদায়ক’ বৈঠকৰ পিছত ‘শিক্ষানুষ্ঠানখনৰ স্বাৰ্থত’ শনিবাৰে...

Read moreDetails

সোণোৱালক এগৰাকী দক্ষ মিডিয়া মেনেজাৰৰ প্ৰয়োজন হোৱা নাই নে?

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে এগৰাকী হাৰ্ভাৰ্ড-শিক্ষিত সপ্ৰতিভ মিডিয়া মেনেজাৰ ৰখাৰ সময়ত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এগৰাকী সুদক্ষ...

Read moreDetails

‘হত্যাকাৰী’ কংগ্ৰেছী বিধায়কক গ্ৰেপ্তাৰ নকৰি সুৰক্ষা দিছে বিজেপি চৰকাৰে!

২০১৩ চনতে অভিযোগনামা দাখিলৰ পিছতো গ্ৰেপ্তাৰ কৰা দূৰৰ কথা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিৰাপত্তাৰক্ষীৰে সু-সজ্জিত কৰি ৰাখিছে হত্যাত অভিযুক্ত পূব...

Read moreDetails

চাহ কোম্পানিৰ গুদামতে আজিও চলি আছে অসম বিধান সভা!

চাহ কোম্পানিৰ এটা গুদামত অসমৰ সমস্যাক লৈ তৰ্ক-বিতৰ্ক কৰে ৰাইজে নিৰ্বাচিত কৰি পঠোৱা ১২৬ গৰাকী জন প্ৰতিনিধিয়ে! শ্বিলঙৰ পৰা অসমৰ...

Read moreDetails

‘আছে অস্ত্ৰ লোৱা নাই, ল’লে অস্ত্ৰ ৰক্ষা নাই’ : অৰ্দ্ধ উলংগ হৈ দিচপুৰ কঁপালে আক্ৰাছুৱে

পৃথক কমতাপুৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অতুল বৰ্মন গোটে অৰ্দ্ধ উলংগ হৈ দিচপুৰ লাষ্টগেইটত...

Read moreDetails

বুঢ়ীদিহিঙত উটি অহা গ্ৰেনেড-আবৃত দেহটো আলফা (স্বাধীন) কে’ডাৰ জান অসমৰ?

তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তাকেৰিত বুঢ়ীদিহিং নৈত উটি অহা অৱস্থাত সন্দেহজনক আলফা (স্বাঃ) সদস্য এজনৰ মৃতদেহক লৈ অঞ্চলটোত...

Read moreDetails

‘ভেন্সাৰ’ক বিদায়ৰ আশা দি ‘পলায়ন’ শিক্ষা মন্ত্ৰীৰ, যুদ্ধংদেহি ৰূপ শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

ভেন্সাৰ বিদ্যালয়ক অসমৰ পৰা ‘চিৰ বিদায়’ দিয়াৰ আশা দি প্ৰতিশ্ৰুতি পালনৰ পৰিৱৰ্তে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ‘পলায়ন’ কৰা বুলি অভিযোগ...

Read moreDetails
Page 4981 of 5272 1 4,980 4,981 4,982 5,272

Stay Connected

Recent News