শীর্ষ সংবাদ

প্ৰকৃতিৰে কথা পতা মানুহ মনোজ গগৈলৈ ‘ইণ্ডিয়া ষ্টাৰ পেশ্যন এৱাৰ্ড-২০১৯’

আহত বনৰীয়া পশু-পক্ষী, সাপ আদি উদ্ধাৰ কৰাৰ লগতে সেইবোৰৰ সৈতে্ বিৰল আত্মীয়তা গঢ়ি বিস্মিত কৰা প্ৰকৃতিপ্ৰেমী মনোজ গগৈলৈ আগ বঢ়োৱা...

Read moreDetails

অসম চুক্তিৰ ৬ নং দফা বিষয়ক উচ্চস্তৰীয় সমিতিত থাকিব শিক্ষাবিদ মৃণাল মিৰি

অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ বাবে শেহতীয়াকৈ গঠিত ১৩ জনীয়া উচ্চস্তৰীয় সমিতিৰ এগৰাকী অন্যতম সদস্য শিক্ষাবিদ মৃণাল মিৰিয়ে সমিটিখনত থাকিব...

Read moreDetails

কাজিৰঙাত পহৰা দিয়া প্ৰশিক্ষিত কুকুৰ কোৱামীলৈ আন্তঃৰাষ্ট্ৰীয় সংগঠন ‘ট্ৰেফিক’ৰ বিশেষ বঁটা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা প্ৰতিৰোধৰ বাবে বনকৰ্মী সকলৰ দুঃসাহসিক অভিযানৰ লগতে আৰক্ষী আৰু সৰ্বসাধাৰণৰ সৈতে এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই...

Read moreDetails

বিজেপিত যোগ দি নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰিব ছাত্ৰ নেতা প্ৰবীণ বৈশ্যই

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ বৈশ্যই অতি সোনকালে বিজেপিত যোগদান কৰিব। কিন্তু দলটোৰ মজিয়াৰ পৰাই তেওঁলোকৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি” নাগৰিকত্ব...

Read moreDetails

অসমৰ বানপীড়িতৰ অৰ্থে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ বৰঙণি হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ

দুৰ্গত সকলৰ সহায়ৰ বাবে উৎসৰ্গিত মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আজি ৰাজ্যখনৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠান, নাগৰিকে বৰঙণি আগবঢ়ায়। ইয়াৰ ভিতৰত হুণ্ডাই মটৰ...

Read moreDetails

ডিটেনচন কেম্পৰ “বিদেশী”ৰো নাম আছে এন আৰ চিত: শিলাদিত্য দেবৰ তথ্য

“ডিটেনচন কেম্পত থকা বিদেশীৰ লগতে পৰিয়ালৰ নামো সনিৱিষ্ট হৈছে এন আৰ চিত।” মঙলবাৰে এই গুৰুতৰ অভিযোগ কৰিছে হোজাইৰ বিজেপি বিধায়ক...

Read moreDetails

ৰাজ্যসভাত গৃহীত তিনি তালাক বিধেয়ক; ঐতিহাসিক আখ্যা অসমৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

মুছলমানসকলৰ বিবাহ বিচ্ছেদ বিষয়ক তিনি তালাক বিধেয়কখন মঙলবাৰে ৰাজ্যসভাত গৃহীত হয়। ৰাজ্যসভাত শক্তিশালী যুক্তি তৰ্কৰ অন্তত বিধেয়কখনৰ সমৰ্থনত ৯৯ টা...

Read moreDetails

সতীৰ্থ নেতাক গঁড় হত্যাকাৰী, বাংলাদেশী আখ্যাৰে ফে’চবুক পোষ্ট দিয়া দুলু আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন

দীৰ্ঘদিনৰ পৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে সংঘাতত লিপ্ত হৈ অহা কংগ্ৰেছ নেতা দুলু আহমেদ অৱশেষত নিলম্বনৰ সন্মুখীন হ’ব লগীয়া...

Read moreDetails

সৰ্বকালৰ অভিলেখ ভংগৰে নিলামত প্ৰতি কেজিত ৫০,০০০ টকা দৰত বিক্ৰী অসমৰ চাহ

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মঙলাবৰে হোৱা নিলামত এক কিলোগ্ৰাম চাহ ৫০,০০০ টকাত বিক্ৰী হয়। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বৰ্তমানলৈ হোৱা...

Read moreDetails

আলফা-স্বাঃলৈ বিপদ সংকেত? প্ৰথমবাৰৰ বাবে স্বাক্ষৰ ভাৰত-ম্যানমাৰ প্ৰতিৰক্ষা চুক্তি

প্ৰথমবাৰলৈ ভাৰত-ম্যানমাৰৰ মাজত এক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছে; আৰু এই বুজাবুজি চুবুৰীয়া দেশখনত বাহৰ পাতি থকা আলফা-স্বাঃকে ধৰি উত্তৰ-পূবৰ বিদ্ৰোহীৰ...

Read moreDetails
Page 5354 of 6060 1 … 5,353 5,354 5,355 … 6,060

Stay Connected

Recent News