শীর্ষ সংবাদ

ধুবুৰীত নাও ডুবি সন্ধানহীন তিনিগৰাকী শিক্ষাৰ্থী

ধুবুৰী জিলাৰ তামৰহাট থানাৰ অন্তৰ্গত বেলপাৰা চৰত মঙলবাৰে সংঘটিত এক শোকাৱহ নাও দুৰ্ঘটনাত তিনিগৰাকী শিক্ষাৰ্থী সন্ধানহীন হয়। গংগাধৰ নদীত এখন...

Read moreDetails

অদম্য মনোবল! কেঞ্চাৰক জয় কৰি ৰাষ্ট্ৰীয় পেৰা আৰ্চাৰীত জিলিকিল ঝাড়খণ্ডৰ এগৰাকী জনজাতীয় যুৱক…

দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ এখন ভৰি হেৰুৱাইও থমকি ৰোৱা নাই ঝাড়খণ্ডৰ এজন সাহসী জনজাতীয় যুৱক। নাম তেওঁৰ অমৰ হাছা...

Read moreDetails

হোৱাটছএপৰ গোপনীয়তা নীতিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি

হোৱাটছএপৰ ২০২১ চনৰ গোপনীয়তা নীতিৰ "মানি লওক অথবা এৰি দিয়ক" (Take-it-or-leave-it) দৃষ্টিভংগীক লৈ মঙলবাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ভাৰতৰ উচ্চতম...

Read moreDetails

ডাটা শ্বেয়াৰিঙৰ নামত ব্যক্তিগত তথ্যত হস্তক্ষেপ নচলিব! হোৱাটছএপক বাৰ্তা উচ্চতম ন্যায়ালয়ৰ 

প্ৰযুক্তি বা ব্যৱসায়িক কৌশলৰ অজুহাতত নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ কৰ্তন কৰিব নোৱাৰি - এইটোৱেই উচ্চতম ন্যায়ালয়ে দিয়া স্পষ্ট বাৰ্তা। মঙলবাৰে শীৰ্ষ...

Read moreDetails

‘ৱাশ্বিংটনৰ মোগাম্বো খুচ’, শুল্ক হ্ৰাস হ’লেও মোডীক ‘ট্ৰাম্প নিৰ্ভৰ’ বুলি তীব্ৰ সমালোচনা কংগ্ৰেছৰ  

শুল্ক হ্ৰাস কৰা হৈছে ঠিকেই, কিন্তু দেশৰ সন্মান বিক্ৰী কৰি দিয়া হৈছে। ভাৰতক  ‘পুতলা’ৰ দৰে নচুৱাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।...

Read moreDetails

 কাহৰ ঔষধ ‘কলড্ৰিফ’ সেৱন কৰি আন এটি শিশুৰ মৃত্যু…

পুনৰ বিষাক্ত কাহৰ ঔষধ সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰা মধ্যপ্ৰদেশৰ এজন চাৰি বছৰীয়া শিশুৰ দেওবাৰে নিশা নাগপুৰ এইমছত মৃত্যু...

Read moreDetails

এপষ্টেইনৰ গোচৰত নতুন মোৰ; চাপত পৰি সাক্ষ্য দিবলৈ সন্মত বিল ক্লিণ্টনৰ লগতে হিলাৰী ক্লিন্টনো

এপষ্টেইন ফাইলটোৱে যেন এটা পেণ্ডোৰাৰ বক্স খুলি দিছে। এটাৰ পিছত এটাকৈ নাম ওলাই আহিছে। আমেৰিকাৰ অভিজাত শ্ৰেণীক জোকাৰি গৈছে। পৃথিৱীৰ...

Read moreDetails

গুৱাহাটীত শোকাবহ পথ দুৰ্ঘটনা: কৰুণ মৃত্যু এগৰাকী যুৱতীৰ

গুৱাহাটী মহানগৰীৰ পাণবজাৰ অঞ্চলত সোমবাৰে নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। গৌহাটী উচ্চ ন্যায়ালয়ৰ সমীপৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহৰ...

Read moreDetails

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ উদ্ভাৱনী কৰ্মশালা

গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ উদ্ভাৱন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ আঞ্চলিক প্ৰশিক্ষণ অধিবেশন অনুষ্ঠিত হ’ব। শিক্ষা...

Read moreDetails

বন্দে ভাৰতৰ সৈতে চেলফি ল’বলৈ গৈ ৰে’লৰ খুন্দাত প্ৰাণ গ’ল দুই বন্ধুৰ, গুৰুতৰভাৱে আহত আন এজন

সোমবাৰে সন্ধিয়া গুজৰাটৰ ৰাজকোটত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত দুজন প্ৰব্ৰজিত শ্ৰমিক নিহত হয়। গুৰুতৰভাৱে আহত আন এজন যুৱক। আৰক্ষী সূত্ৰৰ...

Read moreDetails
Page 541 of 6057 1 … 540 541 542 … 6,057

Stay Connected

Recent News