শীর্ষ সংবাদ

ন্যায়িক অভিজ্ঞতা থকা প্ৰাক্তন শীৰ্ষ আমোলাক বিদেশী ন্যায়াধীকৰণত অন্তৰ্ভুক্ত কৰক : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে অসম চৰকাৰক ৰাজ্য চৰকাৰখনে গঠন কৰিবলগীয়া ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণত ন্যায়িক অভিজ্ঞতাসম্পন্ন অৱসৰপ্ৰাপ্ত আমোলাক(সচিব আৰু অতিৰিক্ত...

Read moreDetails

সোণাৰুৰ হালধীয়াৰ মাজত ৰাধাচূড়াৰ কলনিত ‘কৃষ্ণচূড়া মহোৎসৱ’

গোৱালপাৰা জিলাৰ শোলমাৰীৰ পৰা নৰনাৰায়ন সেঁতুলৈ ৰে’ল আলিৰ দাঁতিয়ে দাঁতিয়ে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োটা কাষ এতিয়া প্ৰকৃতিয়ে নান্দনিক ৰূপত সজাই...

Read moreDetails

জনতা ভৱনত কৰ্মচাৰীৰ বাবে বায়’মেট্ৰিক ব্যৱস্থা : বিলম্ব উপস্থিতিৰ বাবে কৰ্তন হ’ব নৈমিত্তিক ছুটী

ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ জনতা ভৱনত কৰ্ম সংস্কৃতি গঢ়াৰ বাবে সচিবালয় প্ৰশাসনে বিভিন্ন সময়ত দি অহা নিৰ্দেশনাক বৃদ্ধাগুষ্ঠ প্ৰদৰ্শন কৰি...

Read moreDetails

তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শিলচৰ মেডিকেল কলেজৰ কেচিয়াৰক

শিলচৰ মেডিকেল কলেজ হস্পিতালৰ খাদ্য যোগানৰ নামত সংঘটিত ৩ কোটি টকীয়া কেলেংকাৰিৰ সৈতে জড়িত পলাতক কেচিয়াৰ বিদ্যৎ বৰ্মনক গ্ৰেপ্তাৰ কৰিছে...

Read moreDetails

হোজাইৰ নাবালক হত্যাকাৰীক আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

যোৱা বছৰ হোজাইত সংঘটিত এগৰাকী নাবালকৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক বৃহস্পতিবাৰে আদালতে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে। হোজাইৰ শংকৰদেৱ নগৰ আদলতৰ...

Read moreDetails

‘চলো পাল্টাই’ অভিযানৰ তিনি বাঙালী বুদ্ধিজীৱি-নেতাৰ বিৰুদ্ধে বশিষ্ঠ থানাত গোচৰ

ছ’চিয়েল মিডিয়াযোগে চলো পাল্টাই-২০২১ শ্ল’গান ৰাজহুৱা কৰি ২০২১ত অসমৰ বাঙালীসকলক যুদ্ধৰ বাবে সাজু হ’বলৈ আহ্বান জনোৱা তিনি বুদ্ধিজীৱি-নেতা ক্ৰমে গৰ্গ...

Read moreDetails

এন আৰ চিৰ শুনানিলৈ আহি দুধনৈত সন্ধানহীন এজন লোক

চিৰাং জিলাৰ বিজনীৰ পৰা এন আৰ চি শুনানিৰ বাবে বৃহস্পতিবাৰে দুধনৈলৈ আহি এজন লোক সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে...

Read moreDetails

নতুন দিল্লীত উত্তৰ-পূবৰ “কম প্ৰতিনিধিত্ব” অব্যাহত থাকিল

এন দি এ’ বিশেষকৈ বিজেপিৰ পক্ষত অভূতপূৰ্ব ভোটদানৰ পিছতো মোদীৰ নতুন চৰকাৰত “কম প্ৰতিনিধিত্ব” অব্যাহত থাকিল উত্তৰ-পূব ভাৰতৰ। অৰুণাচল প্ৰদেশৰ...

Read moreDetails

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম দিখৌমুখৰ বিস্তৃৰ্ণ অঞ্চল; তপন গগৈ লৈ স্থানীয় ৰাইজৰ আহ্বান

শিৱসাগৰ জিলাৰ ঐতিহাসিক দিখৌমুখৰ এক বিস্তর্ণ অঞ্চল এতিয়া ইতিহাস হোৱাৰ দিশত। অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ ভয়াবহ গড়াখহনীয়াৰ ফলত ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰিছে...

Read moreDetails

সাংসদ হৈ মন্ত্ৰী হ’ল ৰামেশ্বৰ তেলী, পিছে এই পথৰ উন্নয়ন হ’ব কেতিয়া?

আজি মাৰ্ঘেৰিটা বৰগোলাইস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু বোকাময় অৱস্থাৰ শীঘ্ৰে মেৰামতিৰ দাবীত অটো-মেজিক চালকসকলে পুৱা...

Read moreDetails
Page 5458 of 6059 1 … 5,457 5,458 5,459 … 6,059

Stay Connected

Recent News