শীর্ষ সংবাদ

প্রৱেশ মাচুল বৃদ্ধি : ৰংঘৰ, তলাতল ঘৰৰ টিকট ঘৰত পুনৰ ওলমিল তলা

প্ৰৱেশ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে ৰংঘৰ আৰু তলাতল ঘৰ।  প্ৰৱেশ মাচুল ২৫ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত আজি...

Read moreDetails

মহানগৰীৰ বশিষ্ঠত জাবৰৰ দমত উদ্ধাৰ ১৪ জাই সক্ৰিয় গুলী

বশিষ্ঠৰ ৰূপকোঁৱৰ পথত আজি জাবৰৰ মাজত পৰিত্যক্ত অৱস্থাত উদ্বাৰ হৈছে .৩২ পিষ্টলৰ সক্ৰিয় গুলী। জানিব পৰা মতে উক্ত অঞ্চলটোৰে স্থানীয়...

Read moreDetails

মুম্বাইৰ ব্যৱসায়ীৰ হত্যাৰ গোচৰ : ‘গোপী বহু’ খ্যাত জনপ্ৰিয় অভিনেত্ৰী দেৱলীনাক গুৱাহাটীত আটক

ষ্টাৰ প্লাছৰ ‘সাথ নিভানা সাথিয়া’ নামৰ ছিৰিয়েলখনত ‘গোপী বহু’ৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত পৰিচিত হৈ পৰা জনপ্রিয় অভিনেত্ৰী দেৱলীনা...

Read moreDetails

এন আৰ চি প্ৰসংগত অমিত শ্বাহ : ভাৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ ধৰমশালা নহয়

‘’দেশখনৰ সম্পদসমূহৰ ওপৰত কেবল ভাৰতীয়সকলৰহে অধিকাৰ আছে আৰু অনুপ্ৰৱেশকাৰীবোৰ আহি ইয়াত বসবাস কৰিবলৈ ভাৰত এখন ধৰমশালা নহয়।‘’-এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয়...

Read moreDetails

’১৯ত লোকসভালৈ হিমন্ত বিশ্ব, জালুকবাৰীত কোন?

বিধানসভাত আৰু প্ৰতিদ্বন্দ্বিতা নকৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাব মন্ত্ৰী শৰ্ম্মা। সংবাদমাধ্যমৰ সন্মুখত এই কথা...

Read moreDetails

ৰাজ্যৰ নিৰাপত্তা ধোঁৱাচাঙত, দিন দুপৰতে ৪খনকৈ ট্ৰাক জ্বলাই দিলে ‘উগ্ৰপন্থীয়ে’

ডিমা হাচাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত ডিচাব্ৰা গাঁৱত শনিবাৰে আবেলি ৪খনকৈ কাঠ ভৰ্তি ট্ৰাক জ্বলাই দিয়াৰ এক ঘটনা সংঘটিত...

Read moreDetails

অৰুণাচলত সেনাৰ ওপৰত এন এছ চি এন (আই এম)ৰ ভয়ংকৰ আক্ৰমণ; এজন জোৱান নিহত, তিনিজন গুৰুতৰভাৱে আহত

আজি অৰুণাচল প্ৰদেশৰ লংডিং জিলাত সশস্ত্ৰ বিদ্ৰোহী এন এছ চি এন (আই এম)-এ ভাৰতীয় সেনাৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণ চলায়৷...

Read moreDetails

ভোটাৰক ভাবুকি : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

৭ ডিচেম্বৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰৰোচনামূলক মন্তব্য আৰু ভীতি প্ৰদৰ্শন কৰা বুলি আজি বিজেপিৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে অসম...

Read moreDetails

ৰিজাল্ট নোলাওঁতেই চাউল চুৰ কৰি জে’লত সোমাল ‘নিকা’ বিজেপিৰ পঞ্চায়ত প্ৰাৰ্থী

দুৰ্নীতিমুক্ত, নিকা পঞ্চায়তৰ প্ৰতিশ্ৰুতিৰে শাসনাধীন বিজেপিয়ে নিৰ্বাচনত ভোট বিচাৰি লগোৱা তালফাল শেষ নহওঁতেই দুৰ্ঘটনাত পতিত গাড়ীৰ পৰা চাউল চুৰ কৰি...

Read moreDetails

ঢেঁকীয়াখোৱা বৰনামঘৰ, শিৱদৌল ভ্ৰমণ কৰি গৃহ চহৰ ডিব্ৰুগড়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি তেওঁৰ গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত হয়। আজি দিনৰ ২ বজাত মুখ্য ন্যায়াধীশজন সপত্নীক যোৰহাটৰ...

Read moreDetails
Page 5484 of 5825 1 5,483 5,484 5,485 5,825

Stay Connected

Recent News