শীর্ষ সংবাদ

অনলাইন যোগে মেট্ৰিক পৰীক্ষাৰ উত্তৰ বহীৰ ফটো ক’পি আৰু পুনৰীক্ষণৰ সুবিধা ছেবাৰ

ছেবাই বুধবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০১৯ বৰ্ষৰ ফলাফল ঘোষণা কৰাৰ পাছত পৰীক্ষাত নিজৰ ফলাফলক লৈ সন্তুষ্ট নহোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে...

Read moreDetails

ঢোলপাহাৰত উদ্ধাৰ হোৱা বন্যহস্তীটোৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এজনক কৰায়ত্ব

চামগুৰিৰ নিকটৱৰ্ত্তী তথা নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী ঢোলপাহাৰ দাঁতিত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হোৱা মৃত বন্যহস্তীটোৰ মৃত্যুৰ ৰহস্য ফাদিল হৈছে। নগাঁৱৰ পৰা আহি...

Read moreDetails

২৪ ঘণ্টাৰ ভিতৰত অসম তথা উত্তৰ-পূবক কোবাই যাব এক ক্ৰান্তীয় ঘূৰ্ণী বতাহে

আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বিশেষকৈ অসম আৰু মেঘালয়ক শক্তিশালী ক্ৰান্তীয় ঘূৰ্ণীবতাহে বতাহে কোবাই যোৱাৰ সম্ভাৱনা আছে। www.skymetweather.com নামৰ...

Read moreDetails

আটক আলফা নেতা প্ৰাণময় ৰাজগুৰু, মহিলা; পাঞ্জাবাৰীত অভিযান সমাপ্ত আৰক্ষীৰ ||Video||

বৃহস্পতিবাৰে পুৱা চাৰি বজাৰে পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা ভাৰাঘৰত চলা আৰক্ষীৰ অভিযানত আটক হৈছে আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী...

Read moreDetails

গুৱাহাটীত ভাৰাতীয়া মহিলাৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক, গুলী-পিস্তল ||Video||

বুধবাৰে সন্ধিয়া গ্ৰেনে’দ বিস্ফোৰণে কঁপাই তোলাৰ পিছতে আৰম্ভ আৰক্ষীৰ অভিযানত গুৱাহাটীত ভাৰা থকা এগৰাকী মহিলাৰ ঘৰত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে বৃহৎ...

Read moreDetails

কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ পাঠদানৰ ক্ষেত্ৰত চলি থকা অনিশ্চয়তাৰ অৱসান

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এক নিৰ্দেশনাৰ পাছত বিগত সময়ত কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া ভাষাৰ পাঠদানৰ ক্ষেত্ৰত চলি থকা অনিশ্চয়তাৰ অৱসান ঘটিছে।...

Read moreDetails

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

বুধবাৰে মহানগৰীৰ জু ৰোডৰ 'গুৱাহাটী চেণ্ট্ৰেল'ৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনা পন্থী আলফা নেতা অনুপ...

Read moreDetails

এন আৰ চিৰ কামত নিয়োজিত বিষয়া সন্ধানহীন; চুইচাইড নোট উদ্ধাৰ

ৰাজ্যত এন আৰ চিৰ দাবী-আপত্তি প্ৰক্ৰিয়া চলি থকা আৰু ইয়াকলৈ বিভিন্ন পক্ষৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে শিৱসাগৰত এন আৰ...

Read moreDetails

গুৱাহাটী গ্ৰেণেড বিস্ফোৰণৰ তদন্তৰ বাবে আহি আছে NIA-ৰ দল

গুৱাহাটী চেন্ত্ৰেল শ্বপিং মলৰ সমীপত বুধবাৰে নিশা সংঘটিত ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণৰ নিজাববীয়াকৈ তদন্ত কৰিব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (National Investigation Agency)ই।...

Read moreDetails

গুৱাহাটীবাসীয়ে এক নতুন ৰূপত দেখিবলৈ পাব ইতিহাস সৃষ্টিকাৰী বক্সাৰ মেৰীকমক

অহা ২০ ৰ পৰা ২৪ মে’লৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপ। ইয়াৰ মূল আকৰ্ষণ ছয়বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ...

Read moreDetails
Page 5483 of 6059 1 … 5,482 5,483 5,484 … 6,059

Stay Connected

Recent News