মিজোৰামত আজি ফল ঘোষিত বিধানসভা নিৰ্বাচনৰ জৰিয়তে ১০ বছৰৰ মূৰত মিজো নেশ্যনেল ফ্ৰণ্ট শাসনলৈ ঘূৰি অহাটো নিশ্চিত হৈছে। দলটোৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা...
Read moreDetailsআজি দেশৰ পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ এই মূহুৰ্তলৈকে ৰাজস্থান, ছত্তীশগড় আৰু মধ্য প্ৰদেশত প্ৰধান বিৰোধী দল কংগ্ৰেছে...
Read moreDetailsমিজোৰামৰ ৰাজধানী চহৰ আইজলকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া উৎসৱ মুখৰ পৰিৱেশ। নিৰ্বাচনত বিজয় সাৱ্যস্ত কৰি ৰাজ্যখনৰ আঞ্চলিক দল মিজো...
Read moreDetailsএন আৰ চিৰ দাবী আৰু আপত্তি দাখিলৰ ক্ষেত্ৰত আৰু এমাহ সময় বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে। পূৰ্বে...
Read moreDetailsআগন্তুক উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আগতীয়াকৈ অনুষ্ঠিত হ’ব। সোমবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সূচী আগবঢ়াই অনাৰ...
Read moreDetailsনগাওঁ জিলাৰ পশ্চিমাঞ্চলৰ চৰাঞ্চলৰ পথাৰত উৎপাদিত হয় বৃহৎ পৰিমাণৰ খাদ্য শস্য। এই খাদ্য-শস্যসমূহ অসমৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হয়। কিন্তু...
Read moreDetails‘গছত কঁঠাল ওঁঠত তেল’ বুলি অসমীয়া ভাষাত সোণসেৰীয়া এফাকি কথা আছে। এইফাকি এতিয়া প্ৰযোজ্য হৈছে ৰাজ্যৰ প্ৰধান শাসনত থকা প্ৰধান...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কক অসমত হোৱা প্ৰৱল প্ৰতিবাদৰ ফলত ৰাজ্যিক বিজেপিয়ে এতিয়া দুই নাৱত দুই ভৰি দিব লগীয়া হৈছে। লোকসভা নিৰ্বাচনৰ...
Read moreDetailsযেতিয়ালৈ অসম চুক্তিৰ আধাৰত এজনো অবৈধ বিদেশী নাগৰিকক অসমৰ পৰা বিতাড়ন কৰা নহয় তেতিয়ালৈ ঐতিহাসিক অসম আন্দোলনৰ চহিদৰ আত্মাই শান্তি...
Read moreDetailsআজি ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ উৰজিৎ পেটেলে অকস্মাৎ পদত্যাক কৰাক দুৰ্ভাগ্যজনক ঘটনা আখ্যা দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। লগতে তেওঁ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd