শীর্ষ সংবাদ

হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা সন্দৰ্ভত কি ক’লে অমিত শ্বাহে?

উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ মুখ্য সংকটমোচক হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কাৰণ হৈছে অঞ্চলটোত তেওঁৰ ওপৰত আৰোপ কৰা...

Read moreDetails

নিজ কাৰ্যালয় চৌহদতে সাংবাদিক চক্ৰপাণি পৰাশৰক ছুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ

২১ মাৰ্চ অৰ্থ্যাৎ বৃহস্পতিবাৰে নিশা গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা প্ৰায় ১০ মান বজাত এটা দুৰ্বৃত্তৰ দলে নিউজ...

Read moreDetails

বিজয়াৰ আশীৰ্বাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজা

ৰাজ্যজুৰি হোলীৰ আনন্দ-উল্লাসৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই বৃহস্পতিবাৰে পুৱাৰ ভাগত উপস্থিত হয় খ্ৰীষ্টানবস্তিস্থিত বিজয়া চক্ৰৱৰ্তীৰ বাসগৃহত।...

Read moreDetails

ৰাজনীতি এৰি হোলী খেলিলে মুখ্য মন্ত্ৰী সোণোৱালে

আজি ৰাজ্যজুৰি পালন কৰা হয় ফাগুনৰ ৰঙৰ উৎসৱ ফাকুৱা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়তো হোলী উদযাপন কৰা হয়।...

Read moreDetails

আৰক্ষীৰ জালত চিদলিৰ নাবালিকা ধৰ্ষণৰ অভিযুক্ত পানিয়া সূত্ৰধাৰ

চিৰাং জিলাৰ চিদলিত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা পানিয়া সূত্ৰধাৰ নামৰ পাষণ্ডজনক আজি আৰক্ষীয়ে ধেমাজিত কৰায়ত্ত কৰে। অভিযুক্ত ২৭...

Read moreDetails

এইবাৰ লুইতৰ বুকুয়েদি জাহাজত অসমলৈ মানুহ পঠিয়াব বাংলাদেশ চৰকাৰে

নাগৰিকত্ব বিধেয়কক লৈ শেহতীয়াকৈ উত্তাল হৈ থকা অসমলৈ লুইতৰ বুকুয়েদি এইবাৰ জাহাজেৰে মানুহ পঠিয়াব খুজিছে বাংলাদেশ চৰকাৰে। বাংলাদেশৰ সচিবালয়ত বুধবাৰে...

Read moreDetails

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ : অসমৰ ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই তথা কেইবালানি বৈঠকৰ অন্তত আজি সন্ধিয়া ৮ টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে বিজেপিয়ে। আজি সন্ধিয়া...

Read moreDetails

নিমিলা হৈছে সমীকৰণ : গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্বকলৈ বিপাঙত কংগ্ৰেছ-বিজেপি

গুৱাহাটী লোকসভা সমষ্টিক লৈ কোনোধৰণৰ সমীকৰণ নিমিলা হৈছে দুটাকৈ ৰাষ্ট্ৰীয় দলৰ। লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিনহে আছে তথা ২৩...

Read moreDetails

বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আত্মসমৰ্পণৰ ঢল আলফা (স্বাধীন)ত

ম্যানমাৰৰ চাগাইং দিভিজনৰ তা গাত বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আলফা (স্বাধীন)ত পৰিলক্ষিত হৈছে আত্মসমৰ্পণৰ ঢল। ভাৰতৰ বিৰুদ্ধে যুঁজত তা গাই...

Read moreDetails

অসমৰ পাঁচটা সমষ্টিত এন পি পিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

চলিত বৰ্ষত অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰা কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টি চমুকৈ এন পি পিয়ে আজি আগন্তুক লোকসভা নিৰ্বাচনত...

Read moreDetails
Page 5572 of 6058 1 … 5,571 5,572 5,573 … 6,058

Stay Connected

Recent News