শীর্ষ সংবাদ

দীৰ্ঘ জল্পনা-কল্পনাৰ অৱসান; ভাৰতত বিশ্বকাপ বৰ্জন কৰিলে বাংলাদেশে

দীঘলীয়া জল্পনা-কল্পনাৰ অন্ত পৰিল। অৱশেষত ভাৰতত আয়োজন কৰা টি-২০ বিশ্বকাপত খেলিবলৈ নহাটো নিশ্চিত কৰিলে বাংলাদেশ। বৃহস্পতিবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে দেশৰ...

Read moreDetails

অসমীয়া  যুৱতীৰ সাফল্য ঢাকি আত্মপ্ৰচাৰত মত্ত হিমন্ত বিশ্ব শৰ্মা : অজিত কুমাৰ ভূঞা

চুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক সন্মিলনক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যত এক তীব্ৰ ৰাজনৈতিক তৰ্কৰ সূচনা হৈছে। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ...

Read moreDetails

এবছৰত ৫টা বা ততোধিক ‘গোচৰ’ হ’লেই বাতিল ড্ৰাইভিং লাইচেন্স; কঠোৰ কেন্দ্ৰৰ নতুন ট্ৰেফিক আইন

কেন্দ্রই নতুন বছৰত যান-বাহন আইন আৰু অধিক কটকটীয়া কৰিছে৷ যদি কোনো চালকে এবছৰত পাঁচটা বা তাতকৈ অধিক যান-বাহন আইন উলংঘা...

Read moreDetails

জম্মু-কাশ্মীৰৰ ডোডাত গভীৰ খাৱৈত পৰিল সেনাৰ বাহন; কমেও ১০ জন জোৱান নিহত

জম্মু-কাশ্মীৰৰ ডোডাত সেনাৰ গাড়ী খাৱৈত বাগৰি পৰি হোৱা দুৰ্ঘটনাত কমেও ১০ জন জোৱান নিহত হৈছে। দুৰ্ঘটনাটোত আন কমেও ৭ জন...

Read moreDetails

ব্ৰুটাছ! আমেৰিকাৰ চোৰাংচোৱা সংস্থাক মাদুৰোৰ গতিবিধিৰ তথ্য দিছিল ভেনিজুৱেলাৰ গৃহমন্ত্ৰীয়েই

ব্ৰুটাছ, তুমিও...! জুলিয়াছ চিজাৰ আচৰিত হৈছিল তেওঁৰ আটাইতকৈ বিশ্বস্ততমজনৰ ছুৰীৰ আঘাতত। নিকোলাছ মাদুৰোও একেধৰণৰ ‘প্ৰতাৰণা’ৰ বলি? সংবাদ সংস্থা ৰয়টাৰৰ এক...

Read moreDetails

জম্মুত মাংস বিক্ৰীৰ নিষেধাজ্ঞাক লৈ উত্তেজনা: সাম্প্ৰদায়িক সংঘাতৰ আশংকা

জম্মুৰ এটা অঞ্চলত বুধবাৰে এক সোঁপন্থী সংগঠনে মাংসৰ দোকানসমূহ বলপূৰ্বকভাৱে ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।...

Read moreDetails

ছত্তীশগড়ৰ তীখা কাৰখানাত ভয়ানক বিস্ফোৰণ; কমেও ৭ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

বৃহস্পতিবাৰে পুৱা ছত্তীশগড়ৰ এটা তীখা কাৰখানাত সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ। শেহতীয়া খবৰ অনুসৰি এই ঘটনাত ৭ জন শ্ৰমিকৰ মৃত্যু...

Read moreDetails

 মৰ্মান্তিক! দুৰ্ঘটনাত পতিত কলকাতাৰ পৰা মৃতদেহ লৈ অহা এম্বুলেন্স

বঙাইগাঁৱত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। কলকাতাৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ লৈ বৰপেটা অভিমুখে আহি থকা এখন এম্বুলেন্স বৃহস্পতিবাৰে বঙাইগাঁও...

Read moreDetails

কলীয়াভোমোৰা দলঙত টোলকৰ সংগ্ৰহৰ যো-জা: চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ

অসমৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা ঐতিহাসিক কলীয়াভোমোৰা দলঙত পুনৰ টোলকৰ সংগ্ৰহৰ বিষয়টোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি...

Read moreDetails

বিশ্বৰ নিৰ্বাচনী সংস্থাৰ গুৰুত্বপূৰ্ণ দায়িত্বত ভাৰত: গণতন্ত্ৰৰ নেতৃত্বক লৈ আমেৰিকাৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰশ্ন

বিশ্বৰ নিৰ্বাচনী সংস্থাসমূহৰ উমৈহতীয়া মঞ্চ 'ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ ডেম’ক্ৰেচি এণ্ড ইলেক্ট’ৰেল এচিষ্টেন্স'ৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ সন্মত হোৱা বাবে ভাৰতক উচ্চ...

Read moreDetails
Page 561 of 6057 1 … 560 561 562 … 6,057

Stay Connected

Recent News