শীর্ষ সংবাদ

পুনে চিটিৰ বিৰুদ্ধে ড্ৰ খেলিলে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে; এতিয়াও সুৰক্ষিত হোৱা নাই প্লে-অফত স্থান

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা আই এছ এলৰ এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত পুনে চিটিৰ বিৰুদ্ধে ১-১ গ’লৰ ব্যাৱধানত ড্ৰ...

Read moreDetails

মোদী কেবিনেটৰ অধ্যাদেশৰ মাজতো নাই নাগৰিকত্ব বিধেয়ক

নাগৰিকত্ব বিধেয়ক গ্ৰহণ কৰিবই বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে দলীয় কৰ্মীক শেহতীয়া অসম ভ্ৰমণত কৈ গ’লেও, মোদী কেবিনেট-অনুমোদিত অধ্যাদেশৰ...

Read moreDetails

লক আপলৈ নাযাওঁ : বীৰত্বৰে আৰক্ষীৰ চকুত ধুলি দি পলাল কালীয়া

পুনৰ এবাৰ অসম আৰক্ষীক দুৰ্বল বুলি প্ৰমান কৰি গোলাঘাটত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে কালীয়া তুৰী নামৰ কয়দীজনে। আদালতত হাজিৰ...

Read moreDetails

বঙাইগাঁৱত অটো আৰু ট্ৰাকৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ : থিতাতে নিহত ছয়জন  

বঙাইগাঁৱত এখন অটো আৰু ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় অটোখনত থকা ছয়জন আৰোহীৰ। দুৰ্ঘটনাত নিহত লোককেইজন...

Read moreDetails

নিজৰ বিয়াৰ বজাৰ কৰি ওভতাৰ পথত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে যুৱতীয়ে

আজি শিলচৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

‘হাত’ত ধৰিবলৈ হেতা-ওপৰা অৰুণাচলৰ প্ৰাক্তন মন্ত্ৰী, বিধায়কৰ

মোদী-প্ৰতিশ্ৰুতি পূৰণ হোৱা-নোহোৱাক লৈ তীব্ৰ বাক-বিতণ্ডা থাকিলেও, চুবুৰীয়া অৰুণাচল প্ৰদেশ কংগ্ৰেছলৈ নিশ্চিতভাৱে আহিছে “অচ্ছে দিন”। পাহাৰীয়া ৰাজ্যখনৰ বহুকেইজন শীৰ্ষ গেৰুৱা...

Read moreDetails

ৰে’দ চিগনেলত কনিষ্ঠ ৰে’ল মন্ত্ৰীৰ ৰাজনৈতিক যাত্ৰা, আৰম্ভ ‘ৰাজেন গোহাঁই হতাও, জীয়ৰী-বোৱাৰী বচাও’

মোদী চৰকাৰৰ ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ ৰাজনৈতিক যাত্ৰাত ৰঙা সংকেতৰ সংকট নমাই “ৰাজেন গোহাঁই হতাও, জীয়ৰী-বোৱাৰী বচাও” বেনাৰেৰে শোভিত...

Read moreDetails

অন্তিম চাৰিত প্ৰৱেশৰ লক্ষ্যৰে আজি সৰুসজাইত পুনেৰ বিৰুদ্ধে যুঁজিব নৰ্থ-ইষ্ট য়ুনাইটেড

প্ৰথমবাৰৰ বাবে আই এছ এলৰ প্লে-অফত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে নৰ্থ-ইষ্ট য়ুনাইটেড দলে আজি পইণ্ট তালিকাৰ সপ্তম স্থানত থকা পুনে...

Read moreDetails

সন্মানৰ নামত চূড়ান্ত অপমান! বৰপেটাত মহাবীৰ চিলাৰায়ৰ ফটোৰে ডাষ্টবিন নিৰ্মাণ

১৯ ফেব্ৰুৱাৰি অৰ্থাৎ মঙলবাৰে ৰাজ্যজুৰি মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জয়ন্তী উদযাপন কৰাৰ ঠিক এদিন পাছতেই বৰপেটাত বীৰ পুৰুষজনৰ ফটো সম্বলিত...

Read moreDetails
Page 5615 of 6056 1 … 5,614 5,615 5,616 … 6,056

Stay Connected

Recent News