শীর্ষ সংবাদ

কুলদা কুমাৰ ভট্টাচাৰ্যলৈ এইবাৰৰ প্ৰাগ চিনে জীৱনজোৰা সাধনা বঁটা

এইবাৰ ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট ২০১৮’ গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্ণিল পৰিক্ৰমাক উদ্বুদ্ধ তথা অনুপ্ৰাণিত...

Read moreDetails

আৰক্ষী-আবকাৰী বিভাগৰ যৌথ অভিযান : মাজুলীত উৎখাত অবৈধ সুৰাৰ ঘাটি

মাজুলীৰ আবকাৰী বিভাগ আৰু মাজুলী আৰক্ষীয়ে বুধবাৰে যৌথভাৱে চলোৱা সুৰা-বিৰোধী এক অভিযানত মাজুলীত এটা অবৈধ সুৰাৰ ঘাটি উৎখাত কৰে। মাজুলীৰ...

Read moreDetails

নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰিবলৈ অসমত নতুন আইন প্ৰণয়ন কৰিব চৰকাৰে : সোণোৱাল

নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰিবলৈ অসমত নতুন আইন প্ৰণয়ন কৰা হ’ব। আন কিছুমান ৰাজ্যই ইতিমধ্যে বলাৎকাৰ, নাৰী নিৰ্যাতনকাৰীক কঠোৰ শাস্তি প্ৰদানৰ...

Read moreDetails

কাজিৰঙাৰ হাতীখুলিত চুলাই মদ আৰু লালী গুৰৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনৰ অভিযান

বোকাখাতৰ নৱ নিযুক্ত মহকুমাধিপতি বিবেক শ্যামৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ এটা অভিযানকাৰী দলে বুধবাৰৰ দিনা কহঁৰা আৰু হাতীখুলি অঞ্চলত চুলাই...

Read moreDetails

বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে হাইলেণ্ড নিৰ্মাণ : সেয়া উপযোগী হ’ব বুলি নাভাৱে খোদ বনমন্ত্ৰীয়ে

বুধবাৰে এখন সংবাদমেলত কাজিৰঙাত বানপানীৰ সময়ত গড়কে ধৰি অন্যান্য জীব-জন্তুসকলৰ সুৰক্ষাৰ বাবে বন মন্ত্ৰী গৰাকীয়ে ৩৩ টা হাই লেণ্ড নিৰ্মাণ...

Read moreDetails

ডিমৌত ১৮ খন চৰকাৰী বিদ্যালয়ত আকস্মিক পৰিদৰ্শন জিলা শিক্ষা বিষয়াৰ

বুধবাৰে শিৱসাগৰ জিলাৰ ডিমৌৰ ১৮খন চৰকাৰী বিদ্যালয়ত আকস্মিক পৰিৰ্দশন কৰে শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিলে। জিলা শিক্ষা বিষয়াজনৰ আকস্মিক...

Read moreDetails

অসমৰ সকলো মথাউৰিৰ মেৰামতিৰ কাম ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব : জিলা উপায়ুক্তক নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

চলিত এপ্ৰিল মাহৰ ৩০ তাৰিখৰ ভিতৰত অসমৰ সকলো মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ জিলা উপায়ুক্তসকলক নিৰ্দেশ...

Read moreDetails

ধৰ্ষণৰ গোচৰত গোৱালপাৰা ছায়েন্স একাডেমীৰ পৰিচালন সঞ্চালক¸ প্ৰধান শিক্ষকৰ জামিন মঞ্জুৰ আদালতৰ

গোৱালপাৰা জিলা আদালতে বুধবাৰে গোৱালপাৰাস্থিত ছায়েন্স একাডেমীৰ (বিদ্যালয় শাখাৰ) প্ৰধান শিক্ষক খনীন্দ্ৰ দাস আৰু পৰিচালন সঞ্চালক নজমূল হকক যোৱা দেওবাৰে...

Read moreDetails

বিভিন্ন দাবী লৈ অসম ৰাজ্যিক আশাকৰ্মী ইউনিয়ন আৰু অংগনবাড়ী কৰ্মচাৰী সন্মিলনৰ প্ৰতিবাদ

বিধান সভাৰ বাজেট অধিবেশন চলি থকা মাজতে আজি দিছপুৰ লাষ্টগেটত অসম ৰাজ্যিক আশাকৰ্মী ইউনিয়ন আৰু অংগনবাড়ী কৰ্মচাৰী সন্মিলনে যৌথভাবে ধৰ্ণা...

Read moreDetails

কাজিৰঙাত গণনা নোহোৱাকৈ থাকিব পাৰে আৰু গঁড়, ওৰাঙত ২০০৯-১২ বৰ্ষত ৩৬ টা গঁড় বঢ়াটো সন্দেহজনক : বন মন্ত্ৰী ব্ৰহ্ম

২০০৯ৰ পৰা ২০১২ চনলৈকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৩৬ টা গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাটো সন্দেহজনক বুলি আজি ৪ এপ্ৰিলত গুৱাহাটীত এক...

Read moreDetails
Page 5690 of 5791 1 5,689 5,690 5,691 5,791

Stay Connected

Recent News