ধুবুৰীৰ জিলাভিত্তিক এটা সংস্থা দেশী যুৱ পৰিষদে অলপতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন অভিযোগ সম্বলিত আবেদন দাখিল কৰিছে। আবেদনখনত কোৱা হৈছে...
Read moreDetailsএ পি এছ চিৰ কেলেংকাৰিৰ চলি থকা তদন্তৰ বাবে আৰক্ষীক সময়সীমা বৃদ্ধি কৰি দিছে বিশেষ আদালতে। আয়োগৰ বিয়াগোম কেলেংকাৰিৰ গোচৰটোৰ...
Read moreDetailsনগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েশ্যনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ''মিছেছ নগাঁও'' খিতাপ অৰ্জন...
Read moreDetailsঅসমৰ মাটিতে প্ৰশাসনে সীমান্ত আৰক্ষী চকী স্থাপন কৰিবলৈ লোৱা কাৰ্যত নাগালেণ্ড প্ৰশাসনে সোমবাৰে বাধা প্ৰদান কৰে। শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমাৰ...
Read moreDetailsনগাঁও জিলাৰ বৰজহাত যোৱা ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ সামৰণি পৰিছে। ২ নং বৰজহা সমন্বয়...
Read moreDetailsঅহা ৩০ জুলাইত প্ৰকাশ হ’বলগীয়া চূড়ান্ত খচৰাৰ ছপা কাম এন আৰ চি কৰ্তৃপক্ষই সোমবাৰৰ পৰা আৰম্ভ কৰিছে। ছপা কৰা চূড়ান্ত...
Read moreDetailsগুৱাহাটী পল্টন বজাৰ ৰে'লৱে ষ্টেশ্যনত চোৰাংভৱে কঢ়িয়াই অনা গাঞ্জাসহ পাঁচগৰাকী মহিলাক সোমবাৰে আটক কৰা হৈছে। গধূলি প্ৰায় ৮-৩০ বজাত ৰে'ল...
Read moreDetailsৰাজ্যখনৰ ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণত শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ অভিযোগ তুলিছে সদৌ অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। শিক্ষামন্ত্ৰীৰ এনে ব্যৰ্থতাৰ প্ৰতিবাদত অহা ২৭ জুলাইত ঐক্যমঞ্চই...
Read moreDetailsপৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ শাসনত দেশৰে আটাইতকৈ অপৰাধ সংঘটিত হোৱা ৰাজ্যত পৰিণত হৈছে অসম। ৰাজ্য সভাত...
Read moreDetailsৰাইজৰ প্ৰতিবাদত বন্ধ হোৱা ৰহাৰ টোল গে’ট কাইলৈ ২৩ জুলাইৰ পৰা পৰা পুনৰ খোল খাব। টোল গে’টৰ বিৰুদ্ধে যোৱা ২২...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd