শীর্ষ সংবাদ

ভুৱা নিযুক্তিৰে ৰে’লত চাকৰি : বহিঃৰাজ্যৰ ৭ গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ

ৰে’ল বিভাগত সংঘটিত হোৱা ভুৱা নিযুক্তিৰ গোপন বেহাৰ এক ঘটনা পোহৰলৈ আহিছে। ভুৱা নিযুক্তিৰে ৰে’ল বিভাগত চাকৰি দিয়া এনে এক...

Read moreDetails

নামনি সোৱণশিৰি প্ৰকল্প : নতুন বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ সেউজ ন্যায়াধীকৰণৰ

সম্প্ৰতি নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা গেৰুকামুখৰ নামনি সোৱণশিৰি প্ৰকল্প সম্পৰ্কত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে এক গুৰুত্ব পূৰ্ণ ৰায় প্ৰদান কৰিছে।...

Read moreDetails

বিষয়া-মন্ত্ৰীৰ ‘হৰিণাৰ ফাৰ্ম’ গুৱাহাটীৰ চিৰিয়াখানা; অভিযোগ অস্বীকাৰ ডি এফ অ’ৰ

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত কৰ্তৃপক্ষই চিৰিয়াখানাখনৰ হৰিণা খোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ই। আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে চিৰিয়াখানাৰ...

Read moreDetails

মহিলাৰ বিৰুদ্ধে অপৰাধৰ মোকাবিলা কৰিবলৈ নতুন অধ্যাদেশৰ সপক্ষে দেৱব্ৰত শইকীয়া

অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থাৰে শীঘ্ৰেই এখন অধ্যাদেশ...

Read moreDetails

জনাৰ্দন দেৱগোস্বামী, সত্ৰ মহাসভাক ছাত্ৰ সন্থাৰ কঠোৰ সকীয়নি : ‘বাংলাদেশত চলাওকগৈ সত্ৰ’

কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক সমৰ্থন কৰাক লৈ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ...

Read moreDetails

কলিয়াবৰত ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন

কলিয়াবৰত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক আৰু এখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ানক দুৰ্ঘটনাটো...

Read moreDetails

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি ‘শৈশৱতে ধেমালিতে’লৈ ৮ টা মনোনয়ন

অসমীয়া চলচ্চিত্ৰলৈ আৰু এটা সুখৱৰ কঢ়িয়াই আনিছে আন এখন শিশু ছবিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত এখন চলচ্চিত্ৰ মহোৎসৱত অসমৰ সন্ত্ৰাস জৰ্জৰ...

Read moreDetails

পেৰুমবাভুৰত অসমৰ ছয় বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ ঘটনা

মঙলবাৰে অসমৰ এগৰাকী ছয় বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগত তামিলনাড়ুৰ এজন শ্ৰমিকৰ বিৰুদ্ধে পেৰুমবাভুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।...

Read moreDetails

হোজাই জিলাৰ কাপাসবাৰীত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা

কন্যা শিশু আৰু মহিলাৰ ওপৰত সংঘটিত যৌন নিৰ্যাতন তথা অপৰাধৰ বিৰুদ্ধে গোটেই দেশ জুৰি প্ৰতিবাদ চলি থকাৰ সময়তে ৰাজ্যখনত সংঘটিত...

Read moreDetails

গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেৰ বিৰুদ্ধে বোকাখাত থানাত এজাহাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গোলাঘাট গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া উৎপল দলেৰ বিৰুদ্ধে বুধবাৰে বোকাখাত আৰক্ষী থানাত কৃষক মুক্তি...

Read moreDetails
Page 5938 of 6054 1 … 5,937 5,938 5,939 … 6,054

Stay Connected

Recent News