শীর্ষ সংবাদ

ইতিহাস ৰচিলে অসম কন্যা উমা চেত্ৰীয়ে; এদিনীয়া বিশ্বকাপ খেলা উত্তৰ-পূবৰ প্ৰথমগৰাকী খেলুৱৈ

দেওবাৰে নৱী মুম্বাইত অনুষ্ঠিত ভাৰত বনাম বাংলাদেশৰ খেলৰ পূৰ্বে ভাৰতৰ উপ-অধিনায়ক স্মৃতি মান্ধনাৰ পৰা এদিনীয়া টুপী লাভ কৰে অসম কন্যা...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্য্য কান্ত; কিমান দিন তেওঁৰ কাৰ্যকাল?

উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’বলৈ আগবাঢিছে ন্যায়াধীশ সূৰ্য্য কান্ত। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে ন্যায়াধীশ সূৰ্য্য কান্তৰ নাম তেওঁৰ...

Read moreDetails

জুবিনক লৈ শোকস্তব্ধ পৰিৱেশৰ মাজতে সোণাপুৰত মৃত অৱস্থাত উদ্ধাৰ ৪৮ বছৰীয়া অনুৰাগী

দেওবাৰে ৰহস্যজনক পৰিস্থিতিত এজন ৪৮ বছৰীয়া যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ কথা উল্লেখ কৰি এটি...

Read moreDetails

ডেৰ মাহৰ ভিতৰত ব্ৰিটেইনত দ্বিতীয়টো ‘বৰ্ণবাদী আক্ৰমণ’ৰ ঘটনা; ধৰ্ষণৰ বলি ভাৰতীয় মূলৰ যুৱতী

উত্তৰ ব্ৰিটেইনত এক ভয়ানক ঘটনা সংঘটিত হৈছে। ভাৰতীয় মূলৰ এগৰাকী ২০ বছৰীয়া যুৱতী ধৰ্ষণৰ বলি হৈছে। ইয়াক এক ‘বৰ্ণবাদী আক্ৰমণ’...

Read moreDetails

গৰ্ভৱতী আলবেনিয়াৰ AI মন্ত্ৰী, জন্ম দিব একেলগে ৮৩টা সন্তান! প্ৰধানমন্ত্ৰীয়ে নিজেই কৰিলে ঘোষণা

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা এটা চৰিত্ৰক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। সেই ‘এ আই’ মানৱীয়েই হেনো গৰ্ভৱতী! আলবেনিয়াৰ প্ৰধানমন্ত্ৰী...

Read moreDetails

বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণীবতাহ ‘মোন্থা’; মঙলবাৰৰ ভিতৰতে ভয়াৱহ ৰূপ লোৱাৰ আশংকা

বংগোপসাগৰত পুনৰ সৃষ্টি হোৱাৰ পথত নতুন ঘূৰ্ণীবতাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে দক্ষিণ-পূব বংগোপসাগৰত যি গভীৰ নিম্নচাপ সৃষ্টি...

Read moreDetails

এইবাৰ ৰাজপথত কলিতা জনগোষ্ঠী! অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি নলবাৰীত প্ৰতিবাদ

অনুসূচিত জনজাতি হিচাপে স্বীকৃতি আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত কলিতা সম্প্ৰদায়ৰ শতাধিক লোকে দেওবাৰে (২৬ অক্টোবৰ) নলবাৰীত...

Read moreDetails

ওজন বৃদ্ধিয়ে কেৱল শৰীৰতে নহয়, ছালৰ ওপৰতো প্ৰভাৱ পেলায়! ছালত কি কি সমস্যা হয় জানেনে?

অতিৰিক্ত ওজন বা মেদবহুলতা আজিৰ জীৱনত এটা ডাঙৰ স্বাস্থ্যজনিত সমস্যা। বহুতে ভাবে যে মেদবহুলতাই কেৱল হৃদযন্ত্ৰ, হৰম’ন বা বিপাকীয় ক্ৰিয়াতহে...

Read moreDetails

জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি দিয়া বিবৃতিৰ বাবে এছআইটিয়ে কিয় মুখ্যমন্ত্ৰীক জেৰা কৰা নাই? সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰশ্ন

জুবিনৰ মৃত্যু সম্পৰ্কে দাম্পত্যসংগী গৰিমা শইকীয়া গাৰ্গক SITএ জেৰা কৰাৰ পাছতে সৰব হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা৷ লগতে...

Read moreDetails

‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য বৃদ্ধি সন্দৰ্ভত নিৰ্মাতাগোষ্ঠীৰ হস্তক্ষেপ! পূৰ্বৰ মূল্যতে  উপলব্ধ হ’ব টিকট

জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প 'ৰৈ ৰৈ বিনালে' মুক্তিৰ পথত। ছবিখনৰ মুক্তিৰ পূৰ্বে  অসমৰ ছবি গৃ্হত টিকটৰ অগ্ৰীম বুকিং আৰম্ভ হৈছিল।...

Read moreDetails
Page 603 of 5948 1 602 603 604 5,948

Stay Connected

Recent News