শীর্ষ সংবাদ

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

বিহাৰৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিজেপিয়ে নতুন ৰাষ্ট্ৰীয় সভাপতি লাভ কৰাৰ সম্ভাৱনা আছে। ‎ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি,...

Read moreDetails

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জম্মু-কাশ্মীৰ চৰকাৰে জামাত-ই-ইছলামী আৰু ইয়াৰ সংযুক্ত সংস্থা ফালাহ-ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব ল’বলৈ সিদ্ধান্ত লৈছে।শিক্ষা বিভাগে যোৱা...

Read moreDetails

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, ত্ৰিপুৰাৰ গোমাটি জিলাত এটা মন্দিৰ পৰিদৰ্শন কৰি অহাৰ ‎সময়ত এগৰাকী মহিলাক দুজন চুবুৰীয়া পুৰুষে ধৰ্ষণ কৰাৰ...

Read moreDetails

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি অসম চৰকাৰে ডাঃ অভিজিৎ ‎শৰ্মাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ দায়িত্বৰ...

Read moreDetails

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

দুদিনীয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ সময়ত শুকুৰবাৰে ইছৰ’ই ভাৰতীয় অন্তৰীক্ষ ষ্টেচন ‎‎(বিএএছ) মডিউলৰ এটা মডেল উন্মোচন কৰে। ভাৰতে ২০২৮ চনৰ...

Read moreDetails

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

এ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)য়ে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ স্ব-ঘোষিত শপতনামাৰ বিশদ বিশ্লেষণ প্ৰকাশ কৰিছে, য’ত সম্পত্তি, দায়বদ্ধতা, শিক্ষা আৰু আয়ৰ ব্যাপক...

Read moreDetails

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

১. মোবাইল পুনৰাৰম্ভ (Restart) কৰক - মোবাইলৰ পাৱাৰ বুটামটো কিছু সময় ধৰি টিপি ধৰক (১০-২০ ছেকেণ্ড) যেতিয়ালৈকে ডিভাইচটো পুনৰাৰম্ভ নহয়।...

Read moreDetails

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি কৰাৰ প্ৰসংগত সৰৱ হৈ পৰে জাতীয় যুৱ বাহিনী। ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ...

Read moreDetails

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

পুনৰ শ্ৰীলংকাত চীনৰ ভাৰত বিৰোধী ষড়যন্ত্ৰ! দ্বীপৰাষ্ট্ৰ খনত ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে চীনৰ শক্তি। ভাৰতৰ সমৰ্থক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক...

Read moreDetails

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

শুকুৰবাৰে অসম নাগৰিক সন্মিলনে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰে। অহা ২৩ আগষ্ট আৰু ৭ ছেপ্তেম্বৰত ক্ৰমে নগাঁও আৰু ঢেকিয়াজুলীত...

Read moreDetails
Page 742 of 5956 1 741 742 743 5,956

Stay Connected

Recent News