শীর্ষ সংবাদ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে (এফ বি আই) ভাৰতত তেওঁলোকৰ "টেন মষ্ট ৱাণ্টেড ফিজিটিভছ" তালিকাৰ অন্যতম চিণ্ডী ৰড্ৰিগেজ সিঙক গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

মমতা বেনাৰ্জীকে ধৰি বিৰোধীৰ দীৰ্ঘদিনীয়া হেঁচা্ত সমস্যৰ সমাধান হৈছে। জীৱন আৰু স্বাস্থ্য বীমা সম্পূৰ্ণ কৰমুক্ত হোৱাৰ পথত আগবাঢ়িছে। বীমা মন্ত্ৰী...

Read moreDetails

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘ভোট চুৰি’ৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ত পালেগৈ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগ...

Read moreDetails

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই পদক্ষেপত ভাৰতে দীৰ্ঘদিনীয়া ‘বাণিজ্য বন্ধু’ ৰাছিয়াক অধিক...

Read moreDetails

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

ভাৰতে পুনৰবাৰ নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰিছে। বুধবাৰে বেলিষ্টিক মিছাইল ‘অগ্নি ৫’ৰ সফল পৰীক্ষা। প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৱগত কৰিছে যে এই...

Read moreDetails

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধেয়ক গৃহীত কৰাৰ সময়সীমাৰ ক্ষেত্ৰত এক নতুন টুইষ্ট। ৰাজ্যপালসকলৰ অপৰিসীম ক্ষমতা হ্ৰাস কৰাৰ পক্ষত স্বয়ং উচ্চতম ন্যায়ালয়ে...

Read moreDetails

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সাধাৰণ সম্পাদক ৰুবেন বেনাৰ্জীৰ দ্বাৰা পৰিচালিত ইউটিউব চেনেল মু ৰুবেন কহুছি হঠাতে আঁতৰোৱাত উদ্বেগ প্ৰকাশ কৰি...

Read moreDetails

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনাই দিয়া আবেদনত বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ত এজন ভোটাৰ...

Read moreDetails

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

শশী থাৰুৰে দলৰ বিপৰীত সুৰত কথা কোৱাটো এক নৈমিত্যিক ঘটনা। যিকোনো বিষয়ত দলৰ চৰকাৰী স্থিতিৰ বিপৰীতে কথা কোৱাৰ অভ্যাস তেওঁৰ...

Read moreDetails

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পোৱাৰ দিশে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ পৰিয়াল। ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে হত্যাকাৰী ৰিন্টু...

Read moreDetails
Page 746 of 5956 1 745 746 747 5,956

Stay Connected

Recent News