শুভাৰম্ভ হোৱাৰ দিনাই এক বিতৰ্কৰ মাজত সোমাই পৰিছে মহানগৰীৰ গণেশগুৰিৰ নতুন উৰণীয়া সেঁতু। প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন...
Read moreDetailsবাৰে বাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে প্ৰতিবন্ধীসকল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুওৱাৰ গুৰুতৰ অভিযোগ...
Read moreDetailsএটা হোৱেটছএপ গ্ৰুপ, যাৰ নাম BJP ASSAM MEDIA DEPARTMENT। সোমবাৰে এই গ্ৰুপতে সাংবাদিকক নিমন্ত্ৰণ জনাই এক বাৰ্তা। বিষয় বিজেপিত যোগদান...
Read moreDetailsঅতিপাত বৃষ্টিৰ ফলত জন জীৱন স্তব্ধ হৈ পৰিছে নিজামৰ চহৰ হায়দৰাবাদ। যোৱা নিশাও চহৰখনৰ লগতে উপকণ্ঠ অঞ্চলত ধাৰাষাৰ বৰষুণ হৈছে।...
Read moreDetailsক’ৰ’ণাতংকই শিল্পী,কলা-কুশলীসকলৰ জীৱন-জীৱিকাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তে গুৱাহাটীৰ জোনালীত থকা এন কে প্ৰডাকশ্যনত আজি এখন সংবাদমেল সম্বোধন কৰে...
Read moreDetailsঅসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইগৰাকীমান নেতা-কৰ্মীকে ধৰি অসম গণ পৰিষদ, বিজেপিৰ সদস্যই AJP ত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। উজানবজাৰস্থিত...
Read moreDetailsগুৱাহাটী মহানগৰীত এক জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ মহানগৰীৰ মাজমজিয়াত ধর্ষণৰ বলি হ'বলগীয়া হ'ল এগৰাকী ১৩ বছৰীয়া কিশোৰী। আজি...
Read moreDetailsশীৰ্ষ নেতৃত্বৰ হেঁচাত অৱশেষত টিঙৰ পৰা নামিল মৰিগাওঁ সমষ্টিৰ বিজেপিৰ বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰী। এগৰাকী জন প্ৰতিনিধি হৈয়ো সময়ে সময়ে...
Read moreDetailsতিনি যুৱকৰ এক দু: সাহসিক অভিযান। বাঁহৰ ভূৰৰে মহাবাহু ব্ৰহ্মপুত্ৰত কোবাল সোঁতক নেওচি যাত্ৰা তিনি যুৱকৰ। গুৱাহাটীৰ শেখৰ বৰদলৈ আৰু...
Read moreDetails৬ দিনৰ CID জিম্মালৈ দিয়া হৈছে SI কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড, অসম আৰক্ষীৰ প্ৰাক্তন ডি আই জি পি. কে. দত্তক। CIDয়ে ৭...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd