ভিডিও

শিৱসাগৰত প্ৰতিবাদস্থলীতে সাংবাদিকলৈ চোঁচা হিন্দু জাগৰণ মঞ্চৰ গুণ্ডাৰ

দেশত ভিন্ন মতৰ প্ৰতি অসহিষ্ণুতা বৃদ্ধিৰ সমান্তৰালভাৱে হিন্দুত্ববাদী সংগঠনবোৰৰ দ্বাৰা সংবাদ মাধ্যমৰ বাক স্বাধীনতাকো ৰঙা চকু দেখুওৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি...

Read moreDetails

নামতিৰ মৰেল পুলিচিঙৰ ঘটনাৰ সংক্ৰান্তত তিনিজনক আটক

ৰাজ্য কপোৱা শিৱসাগৰ জিলাৰ নামতিৰ মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত কালি অৰ্থাৎ মঙলবাৰে ৰাতি নামতি আৰক্ষীয়ে তিনিজন ব্যক্তিক আটক কৰে। আৰক্ষীয়ে...

Read moreDetails

বিজেপিৰ কাৰ্য্যালয়ত তলা ওলমালে গৌতম ৰয়ক দললৈ আদৰাক লৈ ক্ষুব্ধ বিজেপি কৰ্মীয়ে

মাত্ৰ দুদিন পূৰ্বে বিজেপিত যোগদান কৰা গৌতম ৰয়ক দলটোলৈ আদৰাক লৈ উত্তাল হৈছে বৰাকৰ ৰাজনীতি। উপত্যকাটোৰ জ্যেষ্ঠ বিজেপি নেতাসকলে এই...

Read moreDetails

Mob lynching : শিৱসাগৰত দলবদ্ধ হিংস্ৰতাৰে মৰিয়াই হত্যা কৰিলে এজনক

প্ৰায় এবছৰ পূৰ্বে কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰিত মানুহৰ নৃশংসতাৰ বলি হৈ অভিজিত আৰু নীলোৎপল নামৰ দুজন প্ৰতিভাশালী চফল যুৱকৰ মৃত্যু...

Read moreDetails

প্ৰাক্তন কংগ্ৰেছী সতীৰ্থক হিমন্তই সোঁৱৰাই দিলে বিজেপিৰ নীতি-আদৰ্শ

প্ৰাক্তন তিনিগৰাকীকৈ সতীৰ্থ কংগ্ৰেছী নেতাই দেওবাৰে বিজেপিত যোগদান কৰাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোঁৱৰালে বিজেপি দলৰ নীতি-আদৰ্শ। ড০হিমন্ত বিশ্ব...

Read moreDetails

গ্ৰেপ্তাৰ হ’ল ‘মোবাইল চোৰ’ আৰক্ষী বিষয়া; যোৰাবাটৰ হোটেলৰ চি চি টি ভিত বন্দী হৈছিল চুৰিৰ দৃশ্য

হোটেলৰ পৰা মোবাইল চুৰ কৰি এজন আৰক্ষী উপ-পৰিদৰ্শক গ্ৰেপ্তাৰ হ'ব লগীয়া ঘটনা এটাই লজ্জিত কৰিছে অসম আৰক্ষীক। বিষয়াজনৰ নাম দেৱেশ্বৰ শৰ্মা...

Read moreDetails

তেজপুৰৰ মিলনপুৰত চুখয়-৩০ বিমান দুৰ্ঘটনাগ্ৰস্ত : পাইলট দুজন গুৰুতৰভাৱে আহত

তেজপুৰৰ মিলনপুৰত এখন চুখয়-৩০ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। আজি নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা। মিলনপুৰৰ ৰাস্তাৰ কাষৰ এখন...

Read moreDetails

উজনিত নতুনকৈ মিচিং সশস্ত্ৰ সংগঠন প্ৰতিষ্ঠাৰ কুচকাৱাজ; এজনক গ্ৰেপ্তাৰ

ৰাজ্যৰ গৃহ বিভাগক চিন্তাত পেলাই উজনি অসমত কুচকাৱাজ চলিছে এটা মিচিং উগ্ৰপন্থী সংগঠন প্ৰতিষ্ঠাৰ বাবে। এই দাবী কৰিছে গোলাঘাট আৰক্ষীয়ে।...

Read moreDetails

বিহালীত মাতৃ আৰু আইতাকে নিমখ খুৱাই হত্যা কৰিলে কণমানি সন্তানক

বিশ্বনাথ জিলাৰ বিহালীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। বিহালীৰ মৰাণ গাঁৱত নিজ মাতৃ আৰু আইতাকৰ হাততে এটি সদ্যোজাত শিশুৱে...

Read moreDetails

মেধাৱী ছাত্ৰী শ্বেতাৰ জীৱন কেনেকৈ নিৰ্বাপণ কৰিছিল প্ৰেমিক বন্ধুৱে? জানক সম্পূৰ্ণ ঘটনাক্ৰম

ৰাজ্যখনৰ ভিতৰতে শীৰ্ষ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ জীৱন প্ৰেমৰ উমাল অনুভৱৰ বাটেৰে গৈ গৈ কৰুণ মৃত্যু পাইছিলগৈ। শ্বেতাই কেতিয়াও কল্পনাও...

Read moreDetails
Page 86 of 126 1 85 86 87 126

Stay Connected

Recent News