• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৭০ অনুচ্ছেদক লৈ উত্তপ্ত জম্মু-কাশ্মীৰ বিধানসভা; শাসক আৰু বিৰোধী বিধায়কৰ মাজত হতাহতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2024 12:23 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসক-বিৰোধী দলৰ বিধায়কসকল হতাহতিত লিপ্ত হয়। বৃহস্পতিবাৰে পুৱা ৩৭০ অনুচ্ছেদক ​​লৈ একেবাৰে উত্তপ্ত হৈ পৰে জম্মু-কাশ্মীৰ বিধানসভা। নিৰাপত্তাৰক্ষীয়ে ততাতৈয়াকৈ বহু কষ্ট কৰি দুয়োটা পক্ষক শান্ত কৰে।

বৃহস্পতিবাৰে এখন পোষ্টাৰক কেন্দ্ৰ কৰি এই ঘটনা আৰম্ভ হয়। পুৱা বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বাৰামুল্লাৰ সাংসদ অভিযন্তা ৰছিদৰ ভাতৃ তথা আৱামী ইত্তেহাদ পাৰ্টিৰ বিধায়ক খুৰশ্বিদ আহমেদ শ্বেখে ৩৭০ অনুচ্ছেদ বিলুপ্তিৰ প্ৰতিবাদত এখন পোষ্টাৰ লগাই দিয়ে। সেই পোষ্টাৰক লৈ আপত্তি কৰে বিজেপিৰ বিধায়ক সুনীল শৰ্মাই। ইয়াৰ পিছতে বিজেপিৰ বিধায়কসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে। প্ৰথমে শাসক আৰু বিৰোধী বিধায়কৰ মাজত ঠেলাঠেলি, তাৰ পিছত একেবাৰে হতাহতি ঘটে।

লগতে পঢ়কঃ শ্বেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী! শুভেচ্ছা জনালে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পক

Apply Now

সংঘাত ৰখাবলৈ নিৰাপত্তাৰক্ষীয়ে বিধানসভা চৌহদত প্ৰৱেশ কৰিবলৈ বাধ্য হয়। এই ঘটনাৰ পিছতে অধ্যক্ষ আব্দুল ৰহিম ৰাথোৰে সদন স্থগিত ৰাখে।

উল্লেখ্য উক্ত বেনাৰত দুটা দাবী লিখা হৈছিল। ৩৭০ অনুচ্ছেদ পুনৰ কাৰ্যকৰী কৰি ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিব লাগে। লগে লগে খুৰশ্বিদ আহমেদ শ্বেখৰ সেই বেনাৰ প্ৰদৰ্শন কৰাত বিজেপিয়ে আপত্তি কৰে। কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ নেতা সুনীল শৰ্মাই এই বেনাৰক লৈ তীব্ৰ আপত্তি কৰে। কিন্তু খুৰশ্বিদ আহমেদে বেনাৰ আঁতৰাবলৈ অস্বীকাৰ কৰে।

ইয়াৰ পিছত দুয়োটা শিবিৰৰ মাজত সংঘাত আৰম্ভ হয়। সদনৰ মজিয়ালৈ নামি আহিল বিজেপিৰ বিধায়কসকল। নামি আহে নিৰ্দলীয় আৰু আৱামী ইত্তেহাদ পাৰ্টিৰ বিধায়কসকলো। অৱশেষত নিৰাপত্তাৰক্ষীক মাতিব অনা হয়। সদন স্থগিত ৰাখিব লগা হয়।

লগতে পঢ়কঃজন্মসূত্ৰে আৰু নাপাব আমেৰিকাৰ নাগৰিকত্ব! ট্ৰাম্পৰ নতুন নীতিয়ে সমস্যাত পেলাব ভাৰতীয়সকলক

উল্লেখ্য যে বুধবাৰে কাশ্মীৰ বিধানসভাই বিশেষ মৰ্যাদা ঘূৰাই দিয়াৰ দাবীত প্ৰস্তাৱ গৃহীত কৰে। কেন্দ্ৰৰ সৈতে আলোচনা বিচৰা হৈছে। বিজেপিৰ তীব্ৰ বিৰোধিতা সত্ত্বেও কাশ্মীৰ বিধানসভাই এই প্ৰস্তাৱ গৃহীত কৰে। তাৰ পিছত বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd