DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CJI NV Ramana কিয় শুনানিৰ মাজতে দেশৰ মুখ্য ন্যায়াধীশ ৰামান্নাই ক’লে, ‘মই অষ্টম শ্ৰেণীতহে ইংৰাজী শিকিছিলো’?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2021 10:57 am
CJI Ramana

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না। ফাইল ফটো।

2.5k
VIEWS
Share on FacebookShare on Twitter

CJI Ramana দিল্লীৰ প্ৰদূষণ বিষয়ক লৈ শনিবাৰে চলি থকা শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না আৰু ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হয়।

কিছু সময় পাছত দুয়োগৰাকীয়ে এই বিভ্ৰান্তিৰ মূলতে ভাষাই দায়ী বুলি বুজিব পাৰে। তেতিয়াই দুয়োগৰাকীৰ অকপট স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে অষ্টম শ্ৰেণীৰ পৰাহে ইংৰাজী পঢ়িবলৈ আৰম্ভ কৰিছিল।  

তুষাৰ মেহতাই জ্বলন প্ৰদূষণ সম্পৰ্কত এখন নথি জমা কৰাৰ সময়ত এক ভুল বুজাবুজিৰ সৃষ্টি হয়। পাছত তেওঁ সেই ভুলৰ বাবে ক্ষমাও বিচাৰে।

মেহতাই কয়, ‘’কেতিয়াবা আইনজীৱী হিচাপে যি ভাষাত আমি কথা ক’বলগীয়া হয় সি এটা ভুল বাৰ্তাৰ সৃষ্টি কৰিব পাৰে। কিন্তু সেয়া মোৰ উদ্দেশ্য নাছিল।‘’

Also Read: Lal Thanhawla নতুনৰ বাবে বাট এৰি দি ৰাজনীতিৰ পৰা অৱসৰৰ কথা ঘোষণা মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱলাৰ

ইয়াৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই কয় যে তেওঁ এইটোক তেওঁৰ নিজৰ ভুল বুলি বিবেচনা কৰে। তেওঁ কয় যে তেওঁ ‘ভাল পৰিশীলিত বক্তা’ নহয়।

মুখ্য ন্যয়াধীশগৰাকীয়ে কয়, ’’দুৰ্ভাগ্যজনকভাৱে মই ভাল পৰিশীলিত বক্তা নহয় মিষ্টাৰ মেহতা, এইটোৱে মোৰ দোষ। মই অষ্টম শ্ৰেণীত ইংৰাজী শিকিছিলো।‘’

লগে লগে ছলিচিটৰ জেনেৰেল মেহতাই কয় যে তেওঁ নিজেও অষ্টম শ্ৰেণীতহে ইংৰাজী শিকিছিল আৰু স্নাতক পৰ্যন্ত গুজৰাটী মাধ্যমত পঢ়াশুনা কৰিছে।

Also Read: Grenades Recovered আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ পাছতে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত উদ্ধাৰ M79 গ্ৰেনেড

ইপিনে, মুখ্য ন্যায়াধীশগৰাকীয়েও জানিবলৈ দিয়ে যে তেওঁৱো তেলেগু মাধ্যমতে বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ইংৰাজী মাধ্যমত আইন বিষয়হে অধ্যয়ন কৰিছিল।

তুষাৰ মেহতাই পাছত কয় যে মোৰ আৰু মুখ্য ন্যায়াধীশৰ মাজত এই সাদৃশ্যৰ কথা জনা নাছিলো। ইয়াক লৈ আমি সঁচাকৈয়ে গৌৰৱান্বিত।  

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd