• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাডাখত তিনি ভাৰতীয় সৈন্যৰ মৃত্যু : কংগ্ৰেছে ক’লে, “এয়া আশ্চৰ্যকজনক আৰু অগ্ৰহণীয়!”

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 7:41 pm
Indian-Chinese army joint exercise

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য- পিটিআই

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন বিষয়া আৰু দুজন জোৱান নিহত হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে কংগ্ৰেছ দলে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰি অহাৰ পিছতো কেনেকৈ তিনিজনকৈ ভাৰতীয় সেনাৰ মৃত্যু ঘটিবলৈ পালে বুলিও প্ৰশ্ন কৰিছে কংগ্ৰেছে।

Apply Now

লগতে পঢ়ক : উত্তপ্ত ভাৰত-চীন সীমান্ত : লাডাখত মুখামুখি সংঘৰ্ষত মৃত্যু কৰ্ণেলসহ দুই ভাৰতীয় জোৱান

“আশ্চৰ্যকৰ, অবিশ্বাস্য আৰু অগ্ৰহণযোগ্য! প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিশ্চিত কৰিবনে।” কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদ্বীপ সুৰ্জেৱালাই নিজৰ টুইটাৰ একাউন্টত এইদৰে কয়।

উল্লেখ্য যে, লাডাখৰ গালৱান উপত্যকাত যোৱা সোমবাৰে নিশা ভাৰত আৰু চীন সেনাৰ হতাহতিত ভাৰতীয় সেনাৰ এজন কৰ্ণেলসহ দুজন জোৱান নিহত হৈছিল।

লগতে পঢ়ক : পাঁচগৰাকী চীনা সৈন্যৰ মৃত্যু; ভাৰতীয় সৈন্যৰ মৃত্যুৰ পাছতে সীমা অতিক্ৰম কৰি ভাৰতীয় সৈন্য বাহিনীয়ে খেদি যোৱাৰ অভিযোগ চীনৰ

সংঘৰ্ষৰ পিছত দুই দেশৰ সেনাৰ মাজত উত্তেজনা আৰু বিবাদ প্ৰশমনৰ বাবে ইতিমধ্যে সেনাৰ জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে।

আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰন্তৰভাৱে লাডাখ সীমান্তৰ ভাৰতৰ ভূখণ্ড চীনে দখল কৰিছে বুলি অভিযোগ কৰি আহিছে।

আনকি এই সম্পৰ্কে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো প্ৰশ্ন কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে বিৰোধীক এই সম্পৰ্কত উত্তৰ নিদি মাত্ৰ দেশবাসীক আশ্বস্ত হ’বলৈহে প্ৰতিৰক্ষা মন্ত্ৰীয়ে আহ্বান জনায় আহিছে।

লগতে পঢ়ক : ৪৫ বছৰ পিছত সীমান্তত নিহত দুই দেশৰ সেনা : সংঘৰ্ষৰ পিছত লাডাখৰ পৰিস্থিতি কেনে?

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখৰ ভাৰত-চীন সীমান্তকলৈ এদিন পূৰ্বে দেশবাসী আশ্বস্ত হ’বলৈ আহ্বান জনোৱাৰ পিছতে ভাৰতীয় সেনাবাহিনীৰ তিনিজনকৈ লোকক নিহত হোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে কংগ্ৰেছ দলে।

লগতে পঢ়ক : লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

October 31, 2026 4:05 pm
ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

October 31, 2026 2:49 pm
সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

October 31, 2026 1:22 pm
দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

October 31, 2026 12:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

October 31, 2026 4:05 pm
ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

October 31, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd